• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেলিভিশ্যন ৰিয়েলিটী শ্ব’লৈ গোৱালপাৰাৰ লুনা দেৱী

এন ই নিউজ ব্যুৰো, গুৱাহাটী: by এন ই নিউজ ব্যুৰো, গুৱাহাটী:
November 25, 2017 11:11 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংগীতৰ ক্ষেত্ৰখনত নতুন আলোড়ন সৃষ্টি কৰিবলৈ সক্ষম হোৱা অসমৰ গোৱালপাৰাৰ সন্তান কণমানি লুনা দেৱীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেলিভিশ্যন চেনেল কালাৰ্চত চলিব লগীয়া ‘ৰাইজিং ষ্টাৰ’২০১৭ সংগীত প্ৰতিযোগিতালৈ  নিৰ্বাচিত হ’বলৈ সক্ষম হৈছে। জানিব পৰা মতে যোৱা ১১ নৱেম্বৰত মহানগৰীৰ ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটীত কালাৰ্চে উত্তৰ-পূৰ্বাঞ্চলৰ ভিত্তিত কণ্ঠ পৰীক্ষা অনুষ্ঠত কৰিছিল । ৪ বছৰৰ পৰা ১৩ বছৰ বয়সসীমালৈকে যোগদান কৰা প্ৰায় ৩০০০ প্ৰতিযোগীৰ মাজৰ পৰা মুঠ ১০ গৰাকী নিৰ্বাচিত হৈছিল। তাৰ ভিতৰতে নিৰ্বাচিত হ’বলৈ সক্ষম হৈছিল গোৱালপাৰাৰ আগিয়াৰ কণমানি লুনা।

ইতিমধ্যে লুনাক এই ৰিয়েলিটী শ্ব’ত অংশগ্ৰহণৰ বাবে মুম্বাইলৈ আমন্ত্ৰণ জনোৱা হৈছে। লুনাৰ পিতৃ পেছাত এখন বেচৰকাৰী বিদ্যালয়ৰ শিক্ষক। আগিয়াৰ বালিজানা আঞ্চলিক বিদ্যালয়ৰ এজন শিক্ষক হিচাপে লুনাৰ পিতৃয়ে মাজে-সময়ে পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰত সমস্যাত ভোগে। তথাপি নিজ কন্যাৰ এই সাফল্যই তেওঁক অত্যন্ত সুখী কৰিছে।

Apply Now

উল্লেখযোগ্য যে লুনা দেৱীয়ে অসমৰ জনপ্ৰিয় চেনেল ৰামধেনুৰ দ্বাৰা আয়োজিত ঝংকাৰ দ্যা লিটিল চেম্পছ ছিজন-২ ৰ  দ্বিতীয় ৰাউণ্ডলৈকে প্ৰৱেশ কৰিছিল। লুনাৰ এই সাফল্যই সমগ্ৰ আগিয়া অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে বুলি অঞ্চলবাসীয়ে কয়। ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেলিভিশ্যন চেনেলৰ ৰিয়েলিটী শ্ব’ত যোগদান কৰিবলৈ সুবিধা পোৱা বাবে গোৱালপাৰা জিলা নাথ যোগী ছাত্ৰ সন্থাই ভূয়সী প্ৰশংসা  কৰিছে।

এন ই নাওৰ তৰফৰ পৰাও গোৱালপাৰাৰ লুনালৈ অশেষ শুভকামনা জ্ঞাপন কৰা হ’ল।

এন ই নিউজ ব্যুৰো, গুৱাহাটী:

এন ই নিউজ ব্যুৰো, গুৱাহাটী:

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd