• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় যুৱ দিৱস পালনৰ সময়তো বিষয়া-কৰ্মচাৰীৰ অভাৱ নেহৰু যুৱ কেন্দ্ৰসমূহত

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
January 13, 2018 2:34 pm
প্ৰতিনিধিত্বমূলক ফটো

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ বিভিন্ন প্ৰান্তত শুকুৰবাৰে ‘ৰাষ্ট্ৰীয় যুৱ দিৱস’ পালন কৰাৰ সময়তে যুৱক-যুৱতীসকলক সঠিক দিশত আগুৱাই নিয়াৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে প্ৰতিষ্ঠা কৰা ‘নেহৰু যুৱ কেন্দ্ৰ’সমূহত বিষয়া-কৰ্মচাৰীৰ অভাৱে অসুবিধাত পেলাইছে বিভাগটোৰ সৈতে জড়িত বিষয়া আৰু যুৱক-যুৱতীসকলক।

দেশে স্বাধীনতা লাভ কৰাৰ ২৫ বছৰ উপলক্ষে ১৯৭২ চনত কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিখন জিলাত ‘নেহৰু যুৱ কেন্দ্ৰ’ প্ৰতিষ্ঠা কৰিছিল। ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা বিভাগৰ অধীনস্থ এই কেন্দ্ৰসমূহে যুৱক-যুৱতীসকলক সঠিক দিশত আগুৱাই নিয়াৰ লগতে দেশপ্ৰেম জাগৃত কৰাৰ কামত নিয়োজিত হৈ আছে। যুৱক-যুৱতীসকলক দিগদৰ্শন দিয়াৰ উদ্দেশ্যে গঠিত এই কেন্দ্ৰসমূহে সম্প্ৰতি পৰ্যাপ্ত বিষয়া-কৰ্মচাৰীৰ অভাৱে অসুবিধাত পেলাইছে যুৱক-যুৱতীসকলক।

Apply Now

কেন্দ্ৰসমূহ প্ৰতিষ্ঠা হোৱাৰ সময়ত প্ৰতিটো কেন্দ্ৰত এগৰাকী যৱ সমন্বয়ক, এগৰাকী গাণনিক আৰু এগৰাকী চতুৰ্থ বৰ্গৰ সহায়কসহ তিনিগৰাকী কৰ্মচাৰী আছিল যদিও বৰ্তমান ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক নেহৰু যুৱ কেন্দ্ৰত এই তিনিগৰাকী কৰ্মচাৰীৰো অভাৱ পৰিলক্ষিত হৈছে।

বৰপেটা জিলা সদৰত থকা নেহৰু যুৱ কেন্দ্ৰৰ গাণনিক গৰাকী বিগত বৰ্ষৰ জুলাই মাহত অৱসৰ গ্ৰহণ কৰাত বঙাইগাঁও জিলাৰ গাণনিক গৰাকীয়ে বৰপেটাৰ কাম-কাজ কৰিবলৈ বাধ্য হৈছে। একেদৰে বৰপেটা জিলাৰ নেহৰু যুৱ কেন্দ্ৰৰ যুৱ সমন্বয়ক তাপস প্ৰামাণিকে বৰপেটা জিলাৰ লগতে অইন চাৰি-পাঁচখন জিলাৰ যুৱ সমন্বয়ক হিচাপে কাম-কাজ চলাই থাকিবলৈ বাধ্য হৈছে।

এগৰাকী বিষয়াই চাৰি-পাঁচখন জিলাৰ কাম-কাজ কৰি যুৱক-যুৱতীসকলক কিদৰে সঠিক দিশত আগুৱাই নিব পাৰিব সেয়া চিন্তনীয় বিষয় হিচাপে বিবেচিত হৈছে। অন্যান্য জিলাত থকা নেহৰু যুৱ কেন্দ্ৰসমূহতো বিষয়া-কৰ্মচাৰীৰ অভাৱে কেন্দ্ৰটো প্ৰতিষ্ঠাৰ সময়ত লোৱা উদ্দেশ্য সফল কৰাত নিশ্চয় বাধাৰ সৃষ্টি হৈছে।

বিগত সময়ছোৱাত এই কেন্দ্ৰসমূহত পৰ্যাপ্ত বিষয়া-কৰ্মচাৰী নিয়োগ কৰাৰ বাবে দাবী জনাই থকা হৈছিল যদিও কেন্দ্ৰীয় চৰকাৰে বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন হৈছে। কেন্দ্ৰীয় চৰকাৰৰ এনে অমনোযোগিতাৰ  বাবে সম্প্ৰতি সংকটৰ গৰাহত উপনীত হৈছে যুৱক-যুৱতীক দিগদৰ্শন দিয়াৰ উদ্দেশ্যে স্থাপন কৰা নেহৰু যুৱ কেন্দ্ৰ।

 

 

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd