• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাষ্ট্ৰীয় সাঁতোৰ চেম্পিয়নশ্বিপত ২১ টা স্বৰ্ণসহ অসমৰ মুঠ ৬৪ পদক অৰ্জন

এন ই নাও নিউজ by এন ই নাও নিউজ
June 30, 2018 10:47 am
ৰাষ্ট্ৰীয় সাঁতোৰ

ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত অসমৰ বিক্ৰম চাংমাইয়ে নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছে। ফটো : নৰ্থইষ্ট নাও

110
VIEWS
Share on FacebookShare on Twitter

পুণেৰ বালেৱাডী ক্ৰীড়া প্ৰকল্প চৌহদত শুকুৰবাৰে সামৰণি পৰা ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ আৰু জুনিয়ৰ সাঁতোৰ চেম্পিয়নশ্বিপত অসমৰ প্ৰতিযোগীয়ে ২১টা স্বৰ্ণ পদকসহ মুঠতে ৬৪টা পদক অৰ্জন কৰিছে।

এই ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাখনত ছোৱালীৰ গ্ৰুপ-৪ আৰু ল’ৰাৰ  গ্ৰুপ-২ত অসমে চেম্পিয়নৰ সন্মান অৰ্জন কৰিছে।

শুকুৰবাৰে অন্তিম দিনা অসমে ১ টা সোণ, ৩ টা ৰূপ, ৩ টা ব্ৰঞ্জেৰে মুঠ ৭ টা পদক অৰ্জন কৰে। ছোৱালীৰ ৫০ মিটাৰ ফ্ৰী ষ্টাইলত আৰ্হি বুঢ়াগোহাঁয়ে সোণ, ল’ৰাৰ ১০০ মিটাৰ বাটাৰফ্লাইত বিক্ৰম চাংমায়ে ৰূপ, ৫০ মিটাৰ ফ্ৰী ষ্টাইলত অংশুমান কাশ্যপে ৰূপ আৰু ছোৱালীৰ ৫০ মিটাৰ ফ্ৰী ষ্টাইলত শিৱাংগী শৰ্মাই ৰূপৰ পদক লাভ কৰে।

একেদৰে ল’ৰাৰ ৪০০ মিটাৰ ফ্ৰী ষ্টাইলত জ্ঞানসন্ধান কাশ্যপ, ছোৱালীৰ ২০০ মিটাৰ বাটাৰফ্লাইত অনুভূতি বৰুৱা আৰু ৫০ মিটাৰ বাটাৰফ্লাইত লাভলিন দাসে ব্ৰঞ্জৰ পদক লাভ কৰে।

অসম সাঁতোৰ সন্থাৰ সম্পাদক ভাস্কৰ দাসে প্ৰেৰণ কৰা বাৰ্তা অনুসৰি ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাখনত অসমে যথেষ্ট ভাল প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছে।

 

Recent News

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd