• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰীমা দাসৰ চিনে’মা ‘ভিলেজ ৰকস্তাৰ্ছ’ শুকুৰবাৰে প্ৰদৰ্শিত হৈছে গ্লাছগ’ ফিল্ম ফে’ষ্টিভেলত

এন ই নাও নিউজ by এন ই নাও নিউজ
March 2, 2018 6:49 pm
village rockstars

চিনে’মাখনৰ প’স্তাৰৰ লগতে গ্লাছগ’ত প্ৰদৰ্শনী সূচী

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ৰীমা দাসৰ চিনে’মা ‘ভিলেজ ৰকস্তাৰ্ছ’ আজি প্ৰদৰ্শিত হৈছে য়ু কে’ৰ আগশাৰীৰ চিনে’মা উৎসৱ গ্লাছগ’ ফিল্ম ফে’ষ্টিভেলত। আজি সন্ধিয়া ৬ বজাত প্ৰদৰ্শিত হোৱা ১ ঘণ্টা ২৭ মিনিটৰ চিনে’মাখনৰ দ্বিতীয় দৰ্শনী হ’ব কাইলৈ আবেলি ৩.৪৫ বজাত।

য়ু কে’ৰ অত্যন্ত প্ৰতিকূল বতৰৰ বাবে উৎসৱটোত উপস্থিত থাকিব নোৱাৰিলে ৰীমা দাস।

Apply Now

পলকতে চাওক পৃথিৱীৰ মানুহে আদৰি লোৱা ৰীমা দাসৰ ‘ভিলেজ ৰকস্তাৰ্ছ’ৰ ত্ৰেইলাৰ

‘ধুনু’ নামৰ দহ বছৰীয়া ছোৱালী এজনীৰ ৰক বেণ্ড এটাৰ খোলাৰ সপোনক লৈ চিনে’মাখন নিৰ্মিত হৈছে। লগৰীয়া ল’ৰাকেইটাৰ সৈতে শৈশৱৰ দৌৰা-ঢপৰা, বিধৱা মাকৰ লগত পিঠা বেচি ভাত মোকলোৱাৰ মাজতে কণমানিজনীয়ে সপোন দেখে এদিন তাইৰ এখন নিজা গীটাৰ হ’ব।

পৃথিৱীজুৰি বিভিন্ন চিনে’মা উৎসৱত অগণন দৰ্শক, সমালোচকৰ অন্তৰ চুইছে অসমৰ চিত্ৰগৃহত মুক্তি এতিয়ালৈকে নোপোৱা চিনে’মাখনে।

চিনে’মাখনৰ কাহিনীৰ পৰা আৰম্ভ কৰি কেমেৰা, সম্পাদনা, পৰিচালনা আৰু প্ৰযোজনাও কৰিছে চিনে’মা নিৰ্মাণৰ কোনো আনুষ্ঠানিক প্ৰশিক্ষণ নথকা ৰীমা দাসে। ছয়্গাঁৱৰ গাঁৱলীয়া পৰিৱেশত অপেছাদাৰী অভিনেতা, কণমানি ল’ৰা-ছোৱালীক লৈ চিনে’মাখন নিৰ্মাণ কৰা হৈছে।

village-rockstars
চিনে’মাখনৰ দৃশ্যগ্ৰহণৰ সময়ত ৰীমা দাস

২০১৬ চনত বনোৱা ‘Man with the Binoculars’ আছিল ৰীমা দাসৰ প্ৰথম চিনে’মা।

গ্লাছগ’ ফিল্ম ফে’ষ্টিভেল এই বছৰ ২১ ফেব্ৰুৱাৰিৰ পৰা ৪ মাৰ্চলৈকে অনুষ্ঠিত হৈছে। ‘দৰ্শকসকলেই আমাৰ আয়োজন আৰু বিশ্বাসৰ মূল’ বুলি উল্লেখ কৰি আয়োজকসকলে ‘আমি আমাৰ দৰ্শকসকলক শ্ৰেষ্ঠতম আন্তঃৰাষ্ট্ৰীয় চিনে’মাসমূহৰ অভিজ্ঞতা প্ৰদানৰ কৰিব বিচাৰো’ বুলি জনায়। মূলসুঁতিৰ জনপ্ৰিয় চিনে’মাসমূহৰ পৰা ন চিন্তা উন্মেষকাৰী শৈল্পিক সম্পৰীক্ষামূলক চিনে’মালৈকে স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন চিনে’মা উৎসৱটোত নিয়মীয়াকৈ প্ৰদৰ্শিত হৈ আহিছে।

গ্লাছগ’ ফিল্ম ফে’ষ্টিভেলৰ পৰিচয়মূলক দৰ্শনৰ বাবে চাওক এই ভিডিঅ’টো

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd