• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰেইলেৰে ঘৰলৈ অহা অৱস্থাতে ডকাইতে লুট-পাত চলালে হাউলীৰ যুৱকক

এন ই নাও নিউজ by এন ই নাও নিউজ
January 21, 2018 12:42 pm
ডকাইতে লুট চলোৱা কিতাপ আলী

ডকাইতে লুট চলোৱা কিতাপ আলী

105
VIEWS
Share on FacebookShare on Twitter

যোৱা ১৯ জানুৱাৰীৰ নিশা জন্মু কাশ্মীৰৰ পৰা ঘৰ অভিমুখে অহা হাউলীৰ কাঠলীঝাৰৰ এজন যুৱক কাটাৰা-কামাখ্যা নামৰ ৰেইলখনেৰে আহি প্ৰথম অৱস্থাত নিউ বঙাইগাওঁ ষ্টেচনত নামে। জানিব পৰা মতে কাঠলীঝাৰৰ নিবাসী হৰমুজ আলীৰ পুত্ৰ কিতাপ আলিয়ে নিউ বঙাইগাওঁ ষ্টেচনৰ পৰা বৰপেটাৰোডলৈ অবোধ আসাম এক্সপ্ৰেছেৰে আহি থকা বুলি ঘৰলৈ ফোন কৰি জনায়।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে অবোধ আসাম এক্সপ্ৰেছেৰে আহি থকা অৱস্থাতে হঠাৎ যুৱকজনৰ মোবাইল ফোন বন্ধ হৈ পৰে। ইফালে যুৱকজনৰ লগত পৰিয়ালৰ লোকে সংযোগ কৰিব নোৱাৰাত পৰিয়ালৰ লোকৰ মাজত এক হাহাকাৰ পৰিস্থিতৰ সৃষ্টি হয়। সেয়েহে কালি যুৱকজনৰ পিতৃয়ে বৰপেটাৰোড আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰে।

কিন্তু আজি পূৱা যুৱকজনৰ সন্ধান পোৱা যায় গুৱাহাটী ৰেইল’ৱে ষ্টেচনত। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে যুৱকজন অচেতন অৱস্থাত ৰে’ল চাফা কৰা কৰ্মচাৰীয়ে প্ৰতক্ষ্য কৰে। তাৰ পিছতে তেওঁলোকে যুৱকজনক উদ্ধাৰ কৰি চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰে।

কিছুসময়ৰ পিছত যুৱকজনে জ্ঞান ঘূৰাই পোৱাত তেওঁক ডকাইতে লুট-পাত চলাই মোবাইল ফোন, নগদ ধন কাঢ়ি লৈ যোৱা বুলি ৰেইলৱে আৰক্ষীক অবগত কৰে। তদুপৰি যুৱকজনে আৰক্ষীক জনোৱা অনুসৰি সৰভোগ ষ্টেচনৰ পৰা কেইজনমান অচিনাক্ত যুৱকে তেওঁৰ পিছ লয়। আৰু তেওঁক যুৱক কেইজনে জোৰ-জবৰদস্তিৰে ধপাতজাতীয় সামগ্ৰী সেৱন কৰাই  অচেতন কৰি দুৰ্বৃত্তৰ দলটোৱে মোবাইল আৰু হাতত থকা সকলো ধন কাঢ়ি লৈ যায় বুলি জনায়।

শেহতীয়াকৈ জানিব পৰা মতে ৰেইলৱে আৰক্ষীয়ে যুৱকজনক এখন বাহনেৰে বৰপেটাৰোডলৈ পঠিওৱাৰ ব্যৱস্থা কৰে। বৰ্তমান যুৱকজন সুস্থ অৱস্থাত ঘৰ পোৱাহি বুলি পৰিয়ালৰ লোকে আমাক জানিবলৈ দিয়ে।

Recent News

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd