DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অচিনাক্ত দুস্কৃতিকাৰীৰ গুলীত আহত আত্মসমৰ্পণকাৰী এন ডি এফ

এন ই নাও নিউজ ব্যুৰো by এন ই নাও নিউজ ব্যুৰো
November 17, 2017 9:56 am
98
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰৰ

কোকৰাঝাৰৰ গোসাইগাঁৱত  অচিনাক্ত দুষ্কৃতিকাৰী দলে  গুলীয়াই থৈ যায় গোসাইগাঁৱৰ দুমবজাৰ গাঁৱৰ ৰাস্না বসুমতাৰী নামৰ এজন যুৱকক । পুৱতি নিশা দলগাঁওত  সংঘটিত হয় এই গুলী চালনাৰ ঘটনা । দুটাকৈ গুলীবিদ্ধ হৈ গুৰুতৰ ভাৱে আহত যুৱকজনক প্ৰথমতে কোকৰাঝাৰৰ এম আৰ এম হাস্পাতালত ভৰ্ত্তি কৰা হয় যদিও পৰৱৰ্তী সময়ত বঙাইগাঁও ল’ৱাৰ আছাম হাস্পতাললৈ লৈ যায় । আহত ৰাস্না বসুমতাৰী আত্ম সমৰ্পণকাৰী এন ডি এফ বি আছিল  ।

Recent News

জ্ঞানৱাপী মছজিদত শিৱলিংগ: উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ, কি ৰায় দিলে আদালতে?

জ্ঞানৱাপী মছজিদত শিৱলিংগ: উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ, কি ৰায় দিলে আদালতে?

সলনি হ’ব লক্ষ্ণৌৰ নাম! কি নাম হ’ব পাৰে লক্ষ্ণৌৰ ?

সলনি হ’ব লক্ষ্ণৌৰ নাম! কি নাম হ’ব পাৰে লক্ষ্ণৌৰ ?

6 MONTH OLD BABY GETS TATTOOED!

বিশ্বজুৰি জনপ্ৰিয় হৈছে আমেৰিকাৰ ছয় মহীয়া শিশু ট্ৰলিন: জনপ্ৰিয়তাৰ আঁৰত কি!

digital rape

সাত বছৰ ধৰি কিশোৰীক ডিজিটেল ধৰ্ষণ: অভিযুক্ত স্কেচ শিল্পীক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd