• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অনিৰ্দিষ্ট কাললৈ আহ্বান জনোৱা ডিমা হাচাও ৰে’ল অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ

NE NOW NEWS পংকজকুমাৰ দেব
হাফলং , April 20, 2018 11:08 am

1 min read

rail blocade

প্ৰতিনিধিত্বমূলক চিত্ৰ

85
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰৰ পৰা ইণ্ডিজেনাছ ষ্টুডেণ্ট ফ’ৰাম চমুকৈ আইএছএফৰ নেতৃত্বত ডিমা হাচাও জিলাত অনিৰ্দিষ্ট কাললৈ অৱলম্বন কৰা ৰে’ল অৱৰোধ কাৰ্যসূচী আজি ৰাতি পুৱা ১০ বজাৰ পৰা প্ৰত্যাহাৰ কৰা হয় বুলি জানিবলৈ দিয়ে সংগঠনটোৰ সভাপতি ডেভিদ কেইভমে।

আজি ৰে’লৱে বিভাগ আৰু ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ তৰফৰ পৰা বিষয়টো সন্দৰ্ভত অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সংগঠনটোক আশ্বাস প্ৰদান কৰাৰ পাছতেই ৰে’ল অৱৰোধ কাৰ্যসূচী বাতিল কৰে।

উল্লেখ্য যে বুধবাৰৰ নিশাৰ পৰাই পাহাৰ লাইনত সকলো ধৰণৰ ৰে’ল চলাচল বাতিল কৰি দিয়াৰ লগতে সংগঠনটোনে আহ্বান জনোৱা ৰে’ল অৱৰোধ কাৰ্যসূচীৰ ফলত উক্ত অঞ্চললৈ ৰে’ল যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে। যাৰ ফলত সৰ্বসাধাৰণ ৰাইজ নানা সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল।

ইফালে ৰে’ল বিভাগেও লিখিত ভাৱে ক্ষতিপূৰণ মোকলাই দিয়াৰ বাবে পত্ৰ প্ৰেৰণ কৰাৰ লগতে অহা মাহত গুৱাহাটীত এখন যুটীয়া বৈঠক অনুষ্ঠিত হ’ব বুলি নৰ্থ-ইষ্ট নাওক টেলিফোন যোগে জানিবলৈ দিছে আইএছএফৰ সভাপতি ডেভিদ কেইভমে।

উল্লেখ্য যে এন এফ ৰে’লৱেৰ ব্ৰডগজ ৰে’লপথ নিৰ্মাণত ক্ষতিগ্ৰস্ত হোৱা পাহাৰীয়া ৰাইজৰ বাকী থকা ক্ষতিপূৰণ মোকলাই দিয়াৰ ক্ষেত্ৰত ৰে’লৱে বিভাগে অনীহা প্ৰদৰ্শন কৰাত ক্ষুব্ধ হৈ আইএছএফে বৃহস্পতিবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ উক্ত প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd