DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অনুজ পোদ্দাৰৰ সৈতে হিমন্তৰ সম্পৰ্ক : মুখ্যমন্ত্ৰীক স্থিতি স্পষ্ট কৰিবলৈ আহ্বান বিৰোধী দলপতি দেৱব্ৰতৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 22, 2018 7:47 am
Debabrata-Saikia

বিৰোধী দলপতি দেবব্ৰত শইকীয়া। ফাইল ফটো

119
VIEWS
Share on FacebookShare on Twitter

আয়কৰ বিভাগৰ দ্বাৰা নতুন দিল্লীত অনুজ পোদ্দাৰ নামৰ এজন দালালৰ বাসগৃহত চলোৱা এক অভিযানত ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দালালজনৰ লগত সম্পৰ্ক থকা বুলি প্ৰকাশিত বাতৰি সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাইছে বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

এক প্ৰেছ বিজ্ঞপ্তিযোগে শইকীয়াই কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সমগ্ৰ বিষয়টো নিজৰ তত্ত্বাৱধানত তদন্ত কৰি শীঘ্ৰেই উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

বিৰোধী দলপতিগৰাকীয়ে এই দাবী উত্থাপন কৰি বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত শইকীয়াই  উল্লেখ কৰে যে আয়কৰ বিভাগে ইতিমধ্যে দালাল পোদ্দাৰ আৰু মন্ত্ৰীগৰাকীৰ সম্পৰ্কৰ বিষয়ে নিজৰ প্ৰতিবেদনত উল্লেখ কৰিছে। এনে প্ৰাথমিক অভিযোগ অসমৰ ৰাইজৰ বাবে অতি উদ্বেগৰ বিষয় কিয়নো এনে অভিযোগে মুখ্যমন্ত্ৰীৰ নিকা প্ৰশাসন আৰু ভ্ৰষ্টাচাৰৰ প্ৰতি শূন্য সহনশীলতাৰ দৰে আশ্বাস উপহাসলৈ পৰিণত কৰিব।

বিৰোধী দলপতি শইকীয়াই  কয় যে মুখ্যমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত নিজৰ কথা কাৰ্যত ৰূপায়িত কৰাৰ ক্ষেত্ৰত অগ্নিপৰীক্ষাৰ সন্মুখীন হৈছে।

তেওঁ লগতে কয় যে অসমৰ ৰাইজে সোণোৱালক ৰাজ্যৰ নেতৃত্ব দিবলৈ নিৰ্বাচিত কৰিছিল। গতিকে সেই ৰাইজৰ বিশ্বাস ৰক্ষাৰ স্বাৰ্থতে ৰাজহুৱা জীৱনত নৈতিকতা ৰক্ষাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

ইতিমধ্যে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে হিমন্ত আৰু অনুজ পোদ্দাৰৰ সম্পৰ্কৰ বিষয়টোক লৈ সৰৱ হৈ পৰিছে।

Recent News

Lizard in cold drink in McDonald’s outlet

শীতল পানীয়ৰ গিলাচত ওলাল জেঠী: পৌৰ নিগমে ছীল কৰিলে বিলাসী মেকড’নাল্ডছৰ বিপনী

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

অসমত ধাবা ব্যৱসায়ৰ বাটকটীয়া সমাজকৰ্মী জৰ্জ বৰদলৈৰ মৃত্যুত শোকৰ ছাঁ

অসমত ধাবা ব্যৱসায়ৰ বাটকটীয়া সমাজকৰ্মী জৰ্জ বৰদলৈৰ মৃত্যুত শোকৰ ছাঁ

Russia-Ukraine war

যুদ্ধ অপৰাধৰ বিচাৰত ৰুছ সৈন্যক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে ইউক্ৰেইনৰ আদালতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd