• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অবৈধভাৱে কল ডাটা যোগান ধৰি কাৰাগাৰলৈ হাফলং আৰক্ষীৰ কনিষ্টবল ভুবনেশ্বৰ দাস

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
March 24, 2018 9:59 am
police-constable-570x320

অভিযুক্ত আৰক্ষী কনিষ্টবল ভুবনেশ্বৰ দাস

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বেচৰকাৰী ডিটেক্টিভ এজেন্সিক অবৈধ ভাৱে চৰকাৰী কল ডাটা ৰেকৰ্ড (CDR) যোগান ধৰি শেহতীয়াভাৱে গ্ৰেপ্তাৰ হ’ল হাফলং আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ এগৰাকী কনিষ্টবল।

ভুবনেশ্বৰ দাস নামৰ আৰক্ষী কনিষ্টবল জন হাফলং আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ চাইবাৰ চেল চোৱাচিতাৰ দায়িত্বত আছিল।

Apply Now

মহাৰাষ্ট্ৰ আৰক্ষীৰ থানেৰ পৰা এখন পত্ৰ পোৱাৰ পিছত হাফলং আৰক্ষীয়ে দাসক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে। ইতিমধ্যে, ভুবনেশ্বৰক চাকৰিৰ পৰা সাময়িকভাৱে নিলম্বিত কৰা হৈছে।

২০১৭ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা দাসে অধিক ধন ঘটাৰ লোভত এনে চৰকাৰী ডাটা যোগানৰ কাৰ্যত লিপ্ত হৈছিল। দাসৰ ঘৰৰ পৰা এটা ল্যাপটপ আৰু স্মাৰ্ট ফোন উদ্ধাৰ কৰা হৈছে।

আনহাতে, কনিষ্টবল দাসে এনে কাৰ্যত লিপ্ত থকাৰ কথা নিজে স্বীকাৰ কৰিছে। তেওঁৰ ল্যাপটপৰ পৰা চিডিআৰ উদ্ধাৰ কৰা হৈছে।

নৰ্থ ইষ্ট নাওৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰত ডিমা হাচাওৰ  অতিৰিক্ত আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে কয় যে মুম্বাইৰ থানেত যোৱা মাহত এটা গোচৰ ৰুজু কৰা হৈছে। তাৰ পৰিপ্ৰেক্ষিতত কেইবাগৰাকী ব্যক্তি গ্ৰেপ্তাৰ হৈছে। সেই গোচৰৰ সৈতে ডিমা হাচাও জিলাও সোমাই পৰে। অৱশ্যে, তদন্তৰ খাতিৰত বহুত তথ্য গোপন ৰখা হয়।

অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয় যে এগৰাকী চৰকাৰী কৰ্মচাৰী হৈ ভুবনেশ্বৰ দাসে ডাঙৰ অপৰাধ কৰিছে। তেওঁ যদি আদালতত দোষী সাব্যস্ত হয় তেতিয়াহ’লে চাকৰিও হেৰুৱাব লাগিব। বৰ্তমান এই সন্দৰ্ভত আৰু অধিক তদন্ত চলি আছে। হয়তো তেওঁৰ লগত জড়িত থকা সকলো অচিৰেই আৰক্ষীৰ জালত পৰিব।

 

পংকজকুমাৰ দেব

পংকজকুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

September 5, 2026 11:36 am
ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

September 5, 2026 11:04 am
ঋণৰ টকা নিদিয়াৰ ভয়ংকৰ পৰিণতি! যুৱতীক কাপোৰ খুলিবলৈ বাধ্য কৰিলে ঋণদাতাই

ঋণৰ টকা নিদিয়াৰ ভয়ংকৰ পৰিণতি! যুৱতীক কাপোৰ খুলিবলৈ বাধ্য কৰিলে ঋণদাতাই

September 5, 2026 10:51 am
বাতিল কৰিব লাগিব মুক্ত বাণিজ্য চুক্তি! মোডী চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা সংযুক্ত কৃষক মৰ্চাৰ

বাতিল কৰিব লাগিব মুক্ত বাণিজ্য চুক্তি! মোডী চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা সংযুক্ত কৃষক মৰ্চাৰ

September 5, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

September 5, 2026 11:36 am
ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

September 5, 2026 11:04 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd