• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অভিজিৎ-নীলোৎপলৰ আত্মাৰ শান্তিৰ বাবে কলিয়াবৰত শ্ৰদ্ধাঞ্জলী অনুষ্ঠান

ৰিদীপ শৰ্মা by ৰিদীপ শৰ্মা
June 14, 2018 10:09 pm
Screenshot_20180614_213304
123
VIEWS
Share on FacebookShare on Twitter

কাৰ্বি আংলঙৰ ডকমকাত নৃশংসতাৰ বলি হৈ প্ৰাণ হেৰুওৱা দুই সম্ভাৱণাপূৰ্ণ যুৱক অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ মৃত্যুত সমগ্ৰ ৰাজ্যৰ লগতে ম্ৰিয়মান হৈ পৰিছে কলিয়াবৰবাসী।

পশ্চিম কলিয়াবৰ ৰঙালী বিহু উদযাপন সমিতি, কলিয়াভোমোৰা শাখা সাহিত্য সভা, নলতলি বজাৰ সমিতি আৰু  স্থানীয় ৰাইজৰ সহযোগত আজি সন্ধিয়া কলিয়াবৰৰ নলতলিত দুয়োজন যুৱকৰ বিদেহী আত্মাৰ শান্তিৰ বাবে সমূহীয়াভাৱে বন্তি প্ৰজ্জ্বলনৰে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুস্থিত হয়।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সমবেত হোৱা পুৰুষ-মহিলা, যুৱক-যুৱতীকে ধৰি সকলো ৰাইজে এনেধৰণৰ ঘটনা যাতে ৰাজ্যত পুনৰ সংঘটিত নহয় তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।

সকলো জাতি-জনজাতি লোকে মিলা-প্ৰীতিৰে বসবাস কৰি যাতে এখন সুস্থিৰ সমাজ গঢ়ে তাৰেই পোষকতা কৰিছে কলিয়াবৰবাসী ৰাইজে।

আনহাতে শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ লগতে কোনোধৰণৰ উৰাবাতৰিক যাতে ৰাইজে প্ৰশ্ৰয় নিদিয়ে সেই সন্দৰ্ভতো এখন সজাগতা সভা অনুষ্ঠিত হয়।

এই সজাগতা সভাত  কলিয়াবৰ মহকুমাৰ সহকাৰী আয়ুক্ত ৰিংখাং মোছাহাৰী উপস্থিত থাকি সকলোকে এই ক্ষেত্ৰত সজাগ হ’বলৈ আহ্বান জনায়।

Recent News

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

৪৩টা প্ৰজাতিৰ সৈতে কাজিৰঙাত প্ৰথম তৃণভূমি পক্ষীৰ জৰীপ সম্পন্ন

৪৩টা প্ৰজাতিৰ সৈতে কাজিৰঙাত প্ৰথম তৃণভূমি পক্ষীৰ জৰীপ সম্পন্ন

সম্পৰ্ক ছেদ বিজেপি-অগপৰ! মাজুলীৰ পিছত এইবাৰ বিহপুৰীয়াত বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ অগপৰ

সম্পৰ্ক ছেদ বিজেপি-অগপৰ! মাজুলীৰ পিছত এইবাৰ বিহপুৰীয়াত বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ অগপৰ

যোৰহাটৰ পৰা গুৱাহাটীলৈ আৰম্ভ দৈনিক চাৰ্টাৰ্ড বাছ সেৱা, ২০২৬ চনত উজনিৰ পৰা গুৱাহাটীলৈ চলিব বৈদ্যুতিক বাছ

যোৰহাটৰ পৰা গুৱাহাটীলৈ আৰম্ভ দৈনিক চাৰ্টাৰ্ড বাছ সেৱা, ২০২৬ চনত উজনিৰ পৰা গুৱাহাটীলৈ চলিব বৈদ্যুতিক বাছ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd