DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অভয়াপুৰিত গভাইত অস্ত্ৰ নিৰ্মাণ আৰু সৰবৰাহকাৰী আটক

ৰিণয় বসুমতাৰী by ৰিণয় বসুমতাৰী
April 26, 2018 11:07 am
116
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁও জিলাৰ অভয়াপুৰিত কোকৰাঝাৰ আৰক্ষীয়ে কালি নিশা এক অভিযান চলাই চুমিল চাংমা নামৰ এজন গভাইত অস্ত্ৰ নিৰ্মাণ আৰু সৰবৰাহকাৰীক আটক কৰে।

প্ৰাপ্ত তথ্য মতে এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত উপ-আৰক্ষী অধিক্ষক পুনমজিত নাথ আৰু আৰক্ষী উপ-পৰিদৰ্শক লাতুক দাসৰ নেতৃত্বত যোৱা কোকৰাঝাৰ আৰক্ষীৰ এক দলে অভয়াপুৰি আৰক্ষী থানাৰ অন্তৰ্গত শালমাৰাত অভিযান চলাই উক্ত লোকজনক আটক কৰে।

ধৃত চুমিল চাংমাক শালমাৰাৰ চাউপাৰা গাঁৱৰ বাসিন্দা প্ৰয়াত চাতচিং মাৰাকৰ পুত্ৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষীয়ে লোকজনৰ নিজা ঘৰত অভিযান চলাই ২ টা হস্ত নিৰ্মিত বন্দুকৰ লগতে কেইবাবিধো অস্ত্ৰ নিৰ্মাণ কৰা সঁজুলি উদ্ধাৰ কৰে।

আনহাতে অস্ত্ৰ নিৰ্মাণৰ উপৰি ধৃত চাংমা নাৰী সৰবৰাহৰ সৈতেও জড়িত বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য মতে তেওঁ ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা ৰাজ্যৰ বাহিৰলৈ কিশোৰী সৰবৰাহ কৰিছে।

লোকজনক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে পৰৱৰ্তী তদন্ত পক্ৰিয়া আৰম্ভ কৰিছে।

Recent News

Assam elephant

মধ্য প্ৰদেশলৈ প্ৰেৰণ কৰা হ’ব অসমৰ ১৫ টা হাতী

Jamuna Boro

এলোৰ্ডা কাপৰ ফাইনেলত প্ৰৱেশ অসমৰ বক্সিং তাৰকা যমুনা বড়োৰ

Manipur landslide

মণিপুৰৰ নোনিত ভূমিস্খলনত নিহতৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি: এতিয়াও সন্ধানহীন ২০ জন লোক

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd