DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অলিম্পিকত পদক জয় কৰিব স্বৰ্ণজয়ী অসম কন্যা হিমাই : পি টি উষা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 21, 2018 9:55 am
হিমা-উষা

দেশৰ দুগৰাকী ইতিহাস সৃষ্টিকাৰী দৌৰবিদ পি টি উষা আৰু হিমা দাস। ফটো : ইন্টাৰনেট

137
VIEWS
Share on FacebookShare on Twitter

ফিনলেণ্ডত অনুষ্ঠিত বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ২০ অনূৰ্ধ্ব ৪০০ মিটাৰত স্বৰ্ণ পদক অৰ্জন কৰি ইতিহাস সৃষ্টিৰে সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই অনা হিমা দাসৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে দেশৰ প্ৰাক্তন দৌৰবিদ পি টি উষা।

কলকাতাৰ পৰা প্ৰকাশিত আগশাৰীৰ সংবাদপত্ৰ আজকালৰ সৈতে হোৱা এটি আছুতীয়া সাক্ষাৎকাৰত ‘পায়েলি এক্সপ্ৰেছ’ উষাই হিমাৰ শেহতীয়া সাফল্যক ভূয়সী প্ৰশংসা কৰে।

‘’অসম কন্যাৰ স্বপ্নৰ দৌৰৰ দিনা ফিনলেণ্ডত উপস্থিত আছিলো। অবিশ্বাস্য দৌৰ ! এথলেটিকছৰ সৈতে জড়িত হোৱাৰ ৪০ বছৰৰো বেছি হ’ল। দেশে-বিদেশে অনেক ভাৰতীয় এথলেটৰ দৌৰ দেখিছো। কিন্তু আন কোনো ভাৰতীয়ই এই ধৰণে দৌৰিব পৰা নাই। হিমাৰ মুখত প্ৰবল আত্মবিশ্বাস আছে,’’-পি টি উষাই এনেদৰে হিমা সম্পৰ্কত নিজৰ অভিব্যক্তি প্ৰকাশ কৰিছে।

কঠোৰ অনুশীলনৰ জৰিয়তে হিমাই ভাৰতলৈ অলিম্পিকৰ পদক আনিব বুলি দেশবাসীয়ে আশা কৰি থকাৰ সময়তে উষাই কয় যে ‘’এতিয়া এছিয়ান গেমছৰ কথা ভবা নাই। সমগ্ৰ ভাৰতবাসীয়ে হিমাৰ পৰা অলিম্পিকৰ পদক আশা কৰে। নিশ্চিতভাৱে হিমাই অলিম্পিকৰ পদক আনিবলৈ সক্ষম হ’ব।’’

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতিমান দৌৰবিদ পি টি উষাই স্বৰ্ণকন্যা খ্যাত হিমা দাস সম্পৰ্কত প্ৰকাশ কৰা এনে উৎসাহজনক মন্তব্যই স্বাভাৱিকতে খেলুৱৈগৰাকীৰ লগতে সমগ্ৰ দেশবাসী তথা অসমবাসীক আলোড়িত কৰি ৰাখিব।

Recent News

SC to hear Gyanvapi Mosque case

জ্ঞানৱাপী মছজিদ বিতৰ্ক: শুকুৰবাৰে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

Navjot Sidhu Gets 1 Year In jail

৩৪ বছৰ পুৰণি গোচৰত এবছৰ কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত প্ৰাক্তন ক্ৰিকেটাৰ, কংগ্ৰেছ নেতা নৱজ্যোত সিং সিদ্ধু

ৰাইজৰ দলৰ প্ৰতিবাদত বাধা আৰক্ষী প্ৰশাসনৰ; সমদলকাৰীক আধা বাটতে আৱদ্ধ কৰিলে আৰক্ষীয়ে

ৰাইজৰ দলৰ প্ৰতিবাদত বাধা আৰক্ষী প্ৰশাসনৰ; সমদলকাৰীক আধা বাটতে আৱদ্ধ কৰিলে আৰক্ষীয়ে

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd