• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অল আছাম এথলেটিকছ উই’মেন চেম্পিয়নশ্বিপ অ’পেন মীট-২০১৮ ডিচেম্বৰত

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 3, 2018 10:28 pm
WomenChampionship

অ’মেন স্প’ৰ্টছ অব আছাম নামৰ সংগঠনটোৰ সংবাদমেল।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত পোন-প্ৰথমবাৰৰ বাবে অনুষ্ঠি হ’ব এথলেটিকছ উই’মেন চেম্পিয়নশ্বিপ অ’পেন মীট। অ’মেন স্প’ৰ্টছ অব আছাম নামৰ সংগঠনটোৰ উদ্যোগত সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অহা ২১ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাখন।

দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেলযোগে সংস্থাটোৰ সভাপতি অঞ্জলী শইকীয়া, সম্পাদক শশীপ্ৰভা খাওন্দ আৰু মাষ্টাৰ এথলেটিকছ এছ’চিয়েশ্যনৰ উত্তৰ-পূবৰ বিষয়ববীয়া মীনা বৰাই এই কথা জানিবলৈ দিয়ে।

Apply Now

সংগঠনটোৱে প্ৰকাশ কৰা মতে এই  ১৮ ৰ পৰা ৯৯ বছৰৰ ভিতৰৰ সকলো আগ্ৰহী মহিলাই অংশগ্ৰহণ কৰি পাৰিব প্ৰতিযোগিতাখনত। ৰাজ্যৰ প্ৰায় দহ হাজাৰ মহিলা খেলুৱৈয়ে অংশ লোৱাৰ সম্ভাৱনা আছে আৰু মুঠ ২৭ বিধ খেল অন্তৰ্ভুক্ত হ’ব বুলি সাংবাদিকক জানিবলৈ দিয়ে উদ্যোক্তাসকলে।

এই অ’পেন মীটতেই ৰাজ্যলৈ সুনাম কঢ়িয়াই অনা মহিলা খেলুৱৈ আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা মহিলাসকলক সম্বৰ্ধনা জনোৱা হ’ব বুলিও সংবাদমেলত তেওঁলোকে জানিবলৈ দিয়ে। ইয়াৰ উপৰি মহিলা সমাজ সেৱিকাৰ বঁটাও এই অ’পেন মীটত প্ৰদান কৰা হ’ব সংগঠনটোৰ সভানেত্ৰী আৰু সম্পাদিকাই প্ৰকাশ কৰে।

তেওঁলোকে লগতে জনায় যে এই চেম্পিয়নশ্বিপত অংশ গ্ৰহণৰ বাবে ৰাজ্যৰ সকলো জিলা ক্ৰীড়া পৰিষদ, উন্নয়ন খণ্ড আৰু পঞ্চায়তৰ কাৰ্যালয়ত প্ৰ-পত্ৰ দিয়াৰ ব্যৱস্থা কৰাৰ লগতে ই-মেইলযোগেও আৱেদন কৰিব পাৰিব।

সংবাদমেলত সংগঠনটোৰ সভাপতি অঞ্জলী শইকীয়াই কয় যে অসমৰ চুকে-কোণে থকা প্ৰতিভাৱান মহিলা খেলুৱৈসকলক এখন মঞ্চ প্ৰদান কৰি তেওঁলোকৰ উৎকৰ্ষ সাধনৰ উদ্দেশ্যে এই পদক্ষেপ হাতত লৈছে।

ইয়াৰ উপৰি আজিৰ সংবাদমেলত উইমেন স্প’ৰ্টছ অব আছামে অহা ৪ ৰ পৰা ১৬ জুনলৈ স্পেইনৰ মালাগাত অনুষ্ঠিত হ’বলগীয়া ‘ৱৰ্ল্ড মাষ্টাৰ্ছ চেম্পিয়নশ্বিপ’ত অসমৰ খেলুৱৈ শশীপ্ৰভা খাওন্দ, মীনা বৰা, অৰূপ জ্যোতি দাস, দুলেশ্বৰ গগৈ, দীপ্তি চৌধুৰী, অঞ্জলী শইকীয়া, ৰীনা গগৈ আৰু ৰেণু চেতিয়াই অংশ ল’ব বুলি প্ৰকশ কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

August 21, 2026 10:42 am
১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

August 21, 2026 8:36 am
আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

August 21, 2026 7:47 am
যাদবপুৰ বিশ্ববিদ্যালয়ত নন্দলাল বসুৰ সৃষ্টি ভাঙি পেলোৱাৰ অভিযোগ, সংঘৰ্ষত আহত কেইবাজনো

যাদবপুৰ বিশ্ববিদ্যালয়ত নন্দলাল বসুৰ সৃষ্টি ভাঙি পেলোৱাৰ অভিযোগ, সংঘৰ্ষত আহত কেইবাজনো

August 21, 2026 6:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

August 21, 2026 10:42 am
১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

August 21, 2026 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd