• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ধঁপাত সেৱনকাৰীৰ সংখ্যা

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 30, 2018 10:06 pm
bbc18a0f-ce72-431f-ab1d-9ff9d2bc09d8
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্কট ৰোগকে ধৰি মুখমণ্ডল, ডিঙি আৰু হাওফাওৰ বিভিন্ন মাৰাত্মক ৰোগৰ কাৰক ধঁপাত সেৱনকাৰীৰ সংখ্যা অসমত দিনক দিনে ভয়াৱহ ধৰণে বৃদ্ধি পাইছে। ভাৰতৰ অধিক ধঁপাত সেৱনকাৰী থকা তিনি ৰাজ্যৰ ভিতৰত অসম অন্যতম।

মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল অনুষ্ঠিত কৰি এই বিষয়ে কয় ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ ডাঃ অশোক দাসৰ নেতৃত্বত অহা এটা চিকিৎসকৰ দলে।

Apply Now

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ৰ এক সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুসৰি ২০১৬-১৭ বৰ্ষত অসমত ধঁপাত সেৱনকাৰীৰ হাৰ ৪৮.২ শতাংশ। এই হাৰ ২০০৯-১০ চনত আছিল ৩৯.৬ শতাংশ। আনহাতে ২০১৬-১৭ চনত ইয়াৰ সৰ্বভাৰতীয় হাৰ ২৮.৬ শতাংশ। তাৰ বিপৰীতে ২০০৯-১০ চনত সমগ্ৰ ভাৰতত ধঁপাত সেৱনকাৰীৰ হাৰ আছিল ৩৪ শতাংশ।

ইয়াৰ পৰা এটা কথা স্পষ্ট যে ২০০৯-১০ৰ তুলনাত ২০১৬-১৭ বৰ্ষত ভাৰতত ধঁপাত সেৱনকাৰীৰ সংখ্যা হ্ৰাস পোৱাৰ বিপৰীতে এই হাৰ অসমত যথেষ্ট পৰিমানে বৃদ্ধি পাইছে। একেধৰণে এই হাৰ বৃদ্ধি পাইছে ত্ৰিপুৰা আৰু কেৰেলাত।

চিকিৎসকসকলে মুখ, ডিঙি, হাওফাও, কন্ঠ আদিকে ধৰি শৰীৰৰ বিভিন্ন অংগত হোৱা কৰ্কট ৰোগৰ ক্ষেত্ৰত ধঁপাত এটা অন্যতম কাৰক হিচাপে অভিহিত কৰি কয় যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ৫০%  পুৰুষৰ আৰু ২৫%  মহিলাৰ কৰ্কটৰোগৰ কাৰণ ধঁপাত। ইয়াৰ উপৰিও ৯০% মুখমণ্ডলৰ কৰ্কটৰোগ ধঁপাতৰ ফলত হয় বুলিও জানিবলৈ দিয়ে।

বৰ্তমান সময়ত যুৱপ্ৰজন্মৰ এক বৃহৎসংখ্যকে চিগাৰেট, জৰ্দা, গুটখাকে ধৰি বিভিন্ন ধৰণৰ ধঁপাতজাতীয় দ্ৰব্য সেৱন কৰাৰ কথা কৈ চিকিৎসকসকলে ২০১১ চনৰ পৰা ২০১৫ চনলৈ প্ৰকাশ পোৱা এক তথ্যত ৪০ বছৰ বয়সৰ অনুৰ্ধৰ ব্যক্তি কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ কথা জানিবলৈ দিয়ে।

উল্লেখ্য যে, ধঁপাতৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা (WHO)ই ৩১ মে’ৰ দিনটো বিশ্ব ধঁপাত মুক্ত দিৱস হিচাপে পালন কৰি আহিছে। সেই উপলক্ষে ডাঃ বি. বৰুৱা কৰ্কট প্ৰতিষ্ঠানত ৩১ মে’ৰ দিনৰ ২.৩০ বজাৰ পৰা এক সজাগতামুলক অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি চিকিৎসকসকলে জানিবলৈ দিয়ে। অনুষ্ঠানত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

August 25, 2026 7:38 pm
যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ : ৫ ছেপ্টেম্বৰত দিল্লীত যুৱ সমাৱেশ চিজেপিৰ

যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ : ৫ ছেপ্টেম্বৰত দিল্লীত যুৱ সমাৱেশ চিজেপিৰ

August 25, 2026 7:10 pm
২০ বিদ্ৰোহী তৃণমূল সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ : হ’ব পাৰে অযোগ্য ঘোষণা?

২০ বিদ্ৰোহী তৃণমূল সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ : হ’ব পাৰে অযোগ্য ঘোষণা?

August 25, 2026 6:08 pm
হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

August 25, 2026 5:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

August 25, 2026 7:38 pm
যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ : ৫ ছেপ্টেম্বৰত দিল্লীত যুৱ সমাৱেশ চিজেপিৰ

যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ : ৫ ছেপ্টেম্বৰত দিল্লীত যুৱ সমাৱেশ চিজেপিৰ

August 25, 2026 7:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd