• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত চলি থকা এন আৰ চি প্ৰক্ৰিয়াই চুবুৰীয়া ৰাজ্যত বৃদ্ধি কৰিছে নিৰাপত্তাজনিত সক্ৰিয়তা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 5, 2018 1:30 pm
nrc in assam
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াই চুবুৰীয়া ৰাজ্যকেইখনত আৰ্থ-সামাজিক-ৰাজনৈতিক তথা আইন-শৃংখলাজনিত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনাই দেখা দিছে। এই সম্ভাৱনা দেখা গৈছে অসমত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াই অবৈধ বিদেশীসকলক চিনাক্ত কৰাটো সহজ কৰি তোলাৰ পৰিপ্ৰেক্ষিতত। বিদেশী বুলি চিনাক্ত হোৱা বা ধৰা পৰাৰ ভয়ত এতিয়া অসমৰ পৰা ইয়াৰ চুবুৰীয়া ৰাজ্যকেইখনলৈ অবৈধ নাগৰিকসকলৰ প্ৰব্ৰজন হোৱাৰ সম্ভাৱনাই দেখা দিছে। এনে হ’লে এইবোৰ ৰাজ্যত আইন-শৃংখলাজনিত প্ৰভাৱ পৰাৰ লগতে ইয়াৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক দিশতো প্ৰভাৱ পেলাব পাৰে। আমালৈ অহা খবৰ অনুসৰি ইতিমধ্য মণিপুৰ ৰাজ্যই ইয়াৰ অসমৰ সৈতে থকা সীমান্ত অঞ্চলত নিৰাপত্তা ব্যৱস্থাৰ পুনৰীক্ষণ কৰি আছে। অসম-মণিপুৰ সীমান্তই দি অসমৰ পৰা যাতে অবৈধ বিদেশী নাগৰিক প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে এক পৰীক্ষণ চকীৰ ব্যৱস্থা কৰিছে। সীমান্তই দি যাতে এন আৰ চিত নাম নথকা কোনো বহিৰাগত (অসমৰ পৰা যোৱা) প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে এই পৰীক্ষা চকীৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে। এই শংকাতে অসম-মণিপুৰ সীমান্তৰ জিৰিবাম জিলাৰ আৰক্ষীয়ে ইতিপূৰ্বে জিৰি নদীৰ ওপৰৰ ছখন বাঁহৰ দলং ভাঙি পেলাইছে। এই ফালেদি বিশেষকৈ নিৰাপত্তা চকীৰ সন্মুখীন হ’ব নোখোজা লোকসকলে ৰাজ্যখনত প্ৰৱেশ কৰে।

যোৱা ৩১ ডিচেম্বৰৰ ৰাতি এন আৰ চিৰ প্ৰথমখন খচৰা প্ৰকাশ কৰাৰ পিছতে ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান এল এম খৌতে অসম-মণিপুৰ সীমান্তৰ নিৰাপত্তা ব্যৱস্থাৰ পৰ্য্যালোচনা কৰে। এই সন্দৰ্ভত মুখ্য মন্ত্ৰী বীৰেন সিঙে কয়, ‘অতিৰিক্ত সংখ্যক আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ জোৱানক জিৰিবাম জিলাত মোতায়েন কৰা হৈছে, যাতে অবাঞ্ছিত মানুহ প্ৰৱেশ কৰিব নোৱাৰে।’

Apply Now

জানিব পৰা মতে অসম-নাগালেণ্ড-মণিপুৰক সংযোগ কৰা ২ নং ৰাষ্ট্ৰীয় পথৰে যাব পৰা মাও গেইটতো নিৰাপত্তা ৰক্ষী মোতায়েন কৰা হৈছে। আনহাতে অসম-তামেংলং ৰাষ্ট্ৰীয় পথ আৰু উখৰুল জিলাৰ জেছামিতো আৰক্ষীৰ লোক ৰখাৰ ব্যৱস্থা কৰা হৈছে।

সূত্ৰটোৱে জনোৱা মতে জিৰিবাম জিলাত নিৰাপত্তা ৰক্ষীয়ে পৰিচয় পত্ৰ নথকা কিছু সংখ্যক লোকক আটক কৰিছে। ইয়াৰে কিছুমানৰ নকল ভোটাৰ কাৰ্ড থকা বুলি সূত্ৰটোৱে কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm
কেতন আগৰৱালা হত্যাকাণ্ড: অভিযুক্ত ছিয়া আৰু চেতনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

কেতন আগৰৱালা হত্যাকাণ্ড: অভিযুক্ত ছিয়া আৰু চেতনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

July 3, 2026 7:15 pm
ৰাম মন্দিৰৰ দানপাত্ৰত চুৰি কাৰ্যকলৈ আৰ এছ এছৰ প্ৰতিক্ৰিয়া, দোষীক কঠোৰ শাস্তিৰ দাবী

ৰাম মন্দিৰৰ দানপাত্ৰত চুৰি কাৰ্যকলৈ আৰ এছ এছৰ প্ৰতিক্ৰিয়া, দোষীক কঠোৰ শাস্তিৰ দাবী

July 3, 2026 6:24 pm
বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

July 3, 2026 4:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm
কেতন আগৰৱালা হত্যাকাণ্ড: অভিযুক্ত ছিয়া আৰু চেতনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

কেতন আগৰৱালা হত্যাকাণ্ড: অভিযুক্ত ছিয়া আৰু চেতনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

July 3, 2026 7:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd