DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমত বিখ্যাত অভিনেতা জেকি শ্ৰফৰ ‘সন্তান’!

এন ই নাও নিউজ by এন ই নাও নিউজ
July 24, 2018 5:41 pm
tiger shroff david saharia
446
VIEWS
Share on FacebookShare on Twitter

বলিউদৰ বিখ্যাত অভিনেতা জেকি শ্ৰফৰ সন্তান, জনপ্ৰিয় অভিনেতা টাইগাৰ শ্ৰফৰ সৈতে সাইলাখ মিল থকা অসমৰ ডে’ভিদ নামৰ যুৱক এজনৰ ছবিয়ে ছ’ছিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে।

ফে’ছবুকত ৰাজহুৱা হোৱা ডে’ভিদৰ ছবি
ফে’ছবুকত ৰাজহুৱা হোৱা ডে’ভিদৰ ছবি

টাইগাৰৰ সৈতে চেহেৰাৰ অদ্ভূত সাদৃশ্য থকা এই ডে’ভিদ অসমৰ মঙলদৈৰ যুৱক।

টাইগাৰ অনুৰাগীয়ে তেওঁলোকৰ মৰমৰ অভিনেতাজন বুলি ভাবি য’তে-ত’তে আগুৰি ধৰাৰ ফলত আনকি মুখ ঢাকি ফুৰিব লগা হৈছে ডেভিদে।

‘ক’ৰবালে গ’লে টাইগাৰ বুলি ভাবি বহুত crowd জমা হৈ যায়। টাইগাৰ নহয় বুলি ক’লেও বিমান বন্দৰ বা ৰে’ল ষ্টে’শ্যনত কিছুমান মানুহে বিশ্বাস নকৰে,’ সংবাদ মাধ্যমৰ আগত মন্তব্য ডেভিদৰ।

টাইগাৰ শ্ৰফৰ সৈতে সাদৃশ্যক লৈ বিব্ৰত হ’ব লগা হ’লেও এই সাদৃশ্যক সৌভাগ্য ৰূপেই লোৱা ডেভিদে অৱশ্যে নিজৰ সুকীয়া পৰিচয় গঢ়াক লৈহে আগ্ৰহী।

চণ্ডিগড়ত ফিটনেছ প্ৰশিক্ষক হিচাপে কৰ্মৰত অসমৰ মঙলদৈৰ যুৱকজনে মডেলিঙৰ জগতটো খোজ পেলাইছে।

ফিটনেছ প্ৰশিক্ষক হিচাপে ডেভিদ এমেৰিকাৰ আই এচ এচ এ’ (International Sports Sciences Association) স্বীকৃতিপ্ৰাপ্ত।

Recent News

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd