DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমত ৰাইজে বিদেশীমুক্ত অসম বিচাৰে : কৃষক নেতা অখিল গগৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 31, 2018 9:24 am
অসমত ৰাইজে বিদেশীমুক্ত অসম বিচাৰে : কৃষক নেতা অখিল গগৈ
209
VIEWS
Share on FacebookShare on Twitter

দীর্ঘদিনীয়া আশা-আকাংক্ষাৰ অন্তত সোমবাৰে প্ৰকাশ পালে এন আৰ চিৰ চূড়ান্ত তথা পূৰ্ণাংগ খচৰা। আৰু এই খচৰা প্ৰকাশৰ পিছতেই কৃষক নেতা অখিল গগৈয়ে সোমবাৰে সংবাদমেলযোগে ৰাজনৈতিক ষড়যন্ত্ৰক ওফৰাই উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত এন আৰ চিৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ দিনটো অসমৰে নহয় ভাৰতৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন বুলি অভিহিত কৰে।

সংবাদমলতে কৃষক নেতা গৰাকীয়ে কয় যে এন আৰ চি প্ৰকাশৰ দিনটোত ভূমিকম্প হ’ব বুলি মন্তব্য কৰি বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে পৰিৱেশ অশান্ত কৰাৰ ষড়যন্ত্ৰ কৰিছিল। কিন্তু অসমৰ ৰাইজে এন আৰ চিক আদৰণি জনাইছে। ইয়াৰ পৰাই প্ৰমাণ হয় যে অসমত ৰাইজে বিদেশীমুক্ত অসম বিচাৰে।

উল্লেখযোগ্য যে অখিল গগৈয়ে এন আৰ চিৰ প্ৰথম কৃতিত্ব উচ্চতম ন্যায়ালয়ক দিয়ে। ইয়াৰ পিছতে ন্যায়াধীশ ৰঞ্জন গগৈ, আৰ এফ নাৰিমন অসম পাব্লিক ৱৰ্কছৰ অভিজিৎ শৰ্মা, সদৌ অসম ছাত্ৰ সন্থা আদিকে কৃতজ্ঞতা আৰু অভিনন্দন জনায়।

আনহাতে উচ্চতম ন্যায়ালয়ৰ পিছতে কৃষক নেতা গৰাকীয়ে কৃতিত্ব প্ৰদান কৰে ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা আৰু এন আৰ চিৰ লগত জড়িত বিষয়া-কৰ্মচাৰীসকলক।

লগতে কৃষক নেতা গৰাকীয়ে ১৯৭১ চনৰ আগৰ যিসকল লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰিছে তেওঁলোকৰ নাম নাম সন্নিৱিষ্ট কৰাৰ বাবে সকলোপ্ৰকাৰৰ চেষ্টা চলাব বুলিও সংবাদমেলত উল্লেখ কৰে।

তৰোপৰি ১৯৭১ চনৰ পাছৰ লোকসকলক বাংলাদেশলৈ ঘূৰাই পঠাবলৈ বাংলাদেশৰ লগত যাতে ভাৰতে দ্বিপাক্ষিক চুক্তি কৰে তাৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাব বুলিও কৃষক নেতা গৰাকীয়ে উল্লেখ কৰে।

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd