• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘অসমীয়াৰ তেজৰ ৰন্ধ্ৰে ৰন্ধ্ৰে জয় আই অসম ধ্বনি প্ৰবাহিত হৈ আছে : মৃণাল হাজৰিকা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 24, 2018 11:04 pm
MrinalHazarika

খানাপাৰাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত অনুষ্ঠিত প্ৰতিবাদী সভাত আলফা নেতা মৃণাল হাজৰিকা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“অসমীয়াৰ তেজৰ ৰন্ধ্ৰে ৰন্ধ্ৰে জয় আই অসম ধ্বনি প্ৰবাহিত হৈ আছে। প্ৰতিবাদী সভাত উপস্থিত কাৰোৰে তেজত ‘ভাৰত মাতা কি জয়’ আৰু ‘জয় হিন্দ’ ধবনি নাই। আমি কোনো লোক ভাৰত মাতা কি জয় বুলি ক’বৰ বাবে মানসিকভাৱে প্ৰস্তুত নহয়। সেই শ্ল’গান দিবলৈ কেন্দ্ৰীয় চৰকাৰে আমাক প্ৰস্তুত কৰি তোলা নাই।”  খিলঞ্জীয়া মঞ্চ, অসমে আজি খানাপাৰাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে আয়োজন কৰা প্ৰতিবাদী সভাত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আলফাৰ আলোচনাপন্থী নেতা মৃণাল হাজৰিকাই।

উল্লেখযোগ্য যে আজি খিলঞ্জীয়া মঞ্চ, অসমৰ আহ্বানত খানাপাৰাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে বিশাল প্ৰতিবাদী সভাৰ আয়োজন কৰা হৈছিল। এই সভাত বিভিন্ন ঠাইৰ হাজাৰ হাজাৰ লোক আহি উপস্থিত হৈছিলহি। উপস্থিত আছিল ভালেকেইজন আলোচনা পন্থী আলফা নেতা। গুৱাহাটীৰ বহু বিশিষ্ট পৰ্য্যায়ৰ নাগৰিক, নেতা, সৰ্বসাধাৰণ লোকো উপস্থিত আছিল। সংগীত শিল্পী সূৰ্য্য দাস, আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া. মটক জনগোষ্ঠীয় সংগঠনৰ তৰফৰ পৰা ডেভিদ চেতিয়া, কাজল গোহাঁই আৰুবহুকেইজন বিশিষ্ট ব্যক্তিকো অংশগ্ৰহণ কৰা দেখা গ’ল আজিৰ সভাত।

Apply Now

মৃণাল হাজৰিকাই নিজৰ ভাষণত কয়, “১৯৪৬ চনৰ ভাৰতৰ নাগৰিকত্ব আইনৰ জৰিয়তে বিদেশী চিনাক্তকৰণ কৰা দায়িত্ব ভাৰত চৰকাৰৰ, এয়া অসমৰ ৰাইজৰ নহয়। যিখন সংবিধানৰ শপত খাই ভাৰতীয় শাসন তথা আইন ব্যৱস্থা চলি আছে, সেই চৰকাৰসমূহেই বা নেতাসমূহেই অসমৰ নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থাটো মাছৰ বজাৰত দৰ-দাম কৰাৰ দৰে কৰি আহিছে।”

অসম আন্দোলনৰ প্ৰসংগ টানি তেওঁ কয়, “অসমৰ জনসাধাৰণৰ দাবী কেন্দ্ৰীয় চৰকাৰে নস্যাৎ কৰাৰ ফলতে ছবছৰীয়া অসম আন্দোলন কৰিবলৈ বাধ্য হ’ল অসমৰ ৰাইজ।”

“৬ বছৰীয়া আন্দোলনৰ অন্তত ৮৫৫জন চহিদৰ তেজৰ বিনিময়ত এখন চুক্তি কৰা হ’ল। মাছৰ বজাৰত দৰ-দাম হোৱাৰ দৰে ১৯৫১ চনৰ ভিত্তিবৰ্ষৰ ঠাইত অসমত ১৯৭১ চনটো ভিত্তিবৰ্ষ হিচাপে ঠিক কৰিলে। অতিৰিক্ত ২০ বছৰৰ বিদেশীৰ বোজা আমি ল’বলগীয়া হ’ল।” এইদৰে কয় নেতাজনে।

“খিলঞ্জীয়া মঞ্চৰ ভাৰত চৰকাৰলৈ স্পষ্ট প্ৰশ্ন– যদি ভাৰতীয় সংবিধান অসমৰ মানুহে গ্ৰহণ কৰিব লাগে, তেন্তে অসমক বাদ দি অন্যান্য ৰাজ্যসমূহত ভিত্তিবৰ্ষ ১৯৫১ চন কিয় হ’ল? অসমৰ ক্ষেত্ৰত আইন তথা সংবিধান উলংঘা কৰা হ’ল যিহেতু আমি এখন সুকীয়া সংবিধান বিচৰাৰ অধিকাৰ আছে নে নাই? যদি সংবিধানখন অসমৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়, তেন্তে আত্মনিয়ন্ত্ৰণৰ অধিকাৰ ভাৰত চৰকাৰে অসমক প্ৰদান কৰিব লাগে।” এইদৰে তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে মৃণাল হাজৰিকাই।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd