DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমে আৰু অধিক বিদেশীৰ বোজা ল’ব পৰা অৱস্থাত নাই: পৱীন্দ্ৰ ডেকা

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
February 14, 2018 1:42 pm
MLA Pabindra DEka File Photo

পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবিন্দ্ৰ ডেকাৰ ফাইল ফটো

92
VIEWS
Share on FacebookShare on Twitter

অসমে আৰু অধিক বিদেশীৰ বোজা ল’ব পৰা অৱস্থাত নাই। মঙলবাৰে অসম গণ পৰিষদৰ বিধায়ক পবিন্দ্ৰ ডেকাই এই গুৰুত্ব পূৰ্ণ মন্তব্য কৰে। অসম চুক্তিত স্পষ্ট ৰূপত উল্লেখ আছে যে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা সকলো বিদেশীকে অবৈধ প্ৰব্ৰজনকাৰী বুলি চিনাক্ত কৰা হ’ব।

বিধানসভা অধিৱেশনত অংশ লৈ ডেকাই কয় যে ঐতিহাসিক অসম চুক্তিখন বিধানসভা আৰু সংসদে অনুমোদন জনাইছিল।

‘ধৰ্ম আৰু ভাষাৰ জৰিয়তে সংস্থাপন বা ভাগ বতৰা নিবিচাৰো, আমি কেবল অসম চুক্তিৰ মতেহে বিদেশী বহিস্কাৰ বা বিতৰণ বিচাৰো। অসমে বৰ্তমান আৰু অধিক বিদেশীৰ বোজা ল’ব পৰা অৱস্থাত নাই’, বিধায়ক ডেকাই এইদৰে কয়।

‘এতিয়ালৈ অসম চুক্তি সম্পূৰ্ণকৈ বাস্তৱায়িত হোৱা নাই। প্ৰথম অন্তৰায় আছিল আইএম(ডিটি) এক্ট, যিটো পিছত উচ্চতম ন্যায়ালয়ে খাৰিজ কৰি দিয়ে। দ্বিতীয় অসুবিধাটো হ’ল অসম চুক্তিৰ ৰূপায়নৰ সমন্বয়ক অভিকৰণটো হ’ল কেন্দ্ৰীয় চৰকাৰৰ অধীনত।

কোন অসমীয়া আৰু কোন খিলঞ্জীয়া সেই লৈ যি প্ৰশ্ন উঠি আছে তাকেই লৈ বিধায়কগৰাকীয়ে দুখ প্ৰকাশ কৰিছে। .

ডেকাই লগতে কয় যে নাগৰিক সংশোধনী বিধেয়ক ২০১৬ খনক ৰাজ্যৰ সকলো প্ৰান্তৰ লোকে সম্পূৰ্ণ বিৰোধিতা কৰি আছে। ইয়াৰ উপৰি তেওঁ তাৎপৰ্যমূলক মন্তব্য দিয়ে যে স্বাধীনতাৰ পিছত অসমৰ আদিবাসী অঞ্চল সমূহত তেতিয়াৰ পূব পাকিস্তানৰ পৰা শৰনাৰ্থীসকলক সংস্থাপিত কৰিছিল। যাৰ ফলত অসমৰ জনসংখ্যাৰ ব্যাপক পৰিৱৰ্তন ঘটা পৰিলক্ষিত হয়।

Recent News

তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ মটঙা নৈত উদ্ধাৰ মৃতদেহ

তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ মটঙা নৈত উদ্ধাৰ মৃতদেহ

IPL 2022: যশপ্ৰীত বুমৰাহে আইপিএলত গঢ়িলে এক অনন্য অভিলেখ

IPL 2022: যশপ্ৰীত বুমৰাহে আইপিএলত গঢ়িলে এক অনন্য অভিলেখ

বটদ্ৰৱাৰ হিংসাত্মক কাণ্ড: শালনাবাৰী গাঁৱৰ অভিযুক্তৰ ঘৰত জিলা প্ৰশাসনে চলালে উচ্ছেদ

বটদ্ৰৱাৰ হিংসাত্মক কাণ্ড: শালনাবাৰী গাঁৱৰ অভিযুক্তৰ ঘৰত জিলা প্ৰশাসনে চলালে উচ্ছেদ

বটদ্ৰৱা আৰক্ষী থানাত অগ্নিসংযোগ! ক্ষিপ্ৰ আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া; ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক নিলম্বন

বটদ্ৰৱা আৰক্ষী থানাত অগ্নিসংযোগ! ক্ষিপ্ৰ আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া; ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক নিলম্বন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd