DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ বিস্ময় বালক অয়নে গঢ়িলে কনিষ্ঠতম ভাৰতীয় গ্ৰন্থকাৰৰ অভিলেখ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 18, 2018 9:22 pm
Ayan-Gohain-570x320
148
VIEWS
Share on FacebookShare on Twitter

অসমৰ অয়ন গগৈ গোহাঞি নামৰ ৪ বছৰীয়া শিশুটোৱে তেওঁৰ অসাধাৰণ কৃতিত্বৰে নিজকে ভাৰতৰ ভিতৰতে কনিষ্ঠতম গ্ৰন্থকাৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। গিনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছৰ ভাৰতীয় সংস্কৰণ ইণ্ডিয়া বুক অব ৰেকৰ্ডছে তেওঁক এই কৃতিত্ব প্ৰদান কৰিছে।

অয়ন হৈছে কেজি-২ৰ ছাত্ৰ আৰু তেওঁ লিখা হানিক’ম (Honeycomb )নামৰ সাধুকথাৰ কিতাপখনৰ বাবে তেওঁক এই সন্মান দিয়া হৈছে। এই গ্ৰন্থখনত ৩০ টা সাধুকথা সন্নিবিষ্ট আছে আৰু ইয়াৰ ছবিসমূহ গ্ৰন্থকাৰে নিজেই অংকন কৰিছে। গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে নতুন দিল্লীৰ অথৰপ্ৰেছ পাবলিকেশ্যনে।

তীক্ষ্ণধী, স্ব-নিৰ্ভৰ আৰু সংৱেদনশীল অয়নে এবছৰ বয়সৰ পৰাই ছবি আঁকিবলৈ আৰম্ভ কৰে আৰু ৩ বচৰ বয়সৰ পৰা সাধুকথা লিখিবলৈ আৰম্ভ কৰে।

ডেক’ৰেটেড নৌসেনা বিষয়া, আন্তৰ্জাতিক খ্যাতিসম্পন্ন কবি, পুনে নিবাসী দিলীপ মহাপাত্ৰই স্বয়ং এই শিশু প্ৰতিধৰগৰাকীৰ গ্ৰন্থখনৰ মূল্যায়ন কৰি এইখনক এখন বিশ্বৰ অতি মানবিশিষ্ট গ্ৰন্থৰ মৰ্যাদা প্ৰদান কৰিছে।

উল্লেখ্য যে অয়ন হৈছে আৰ ই এছ টি আই উত্তৰ লখিমপুৰৰ অৱসৰপ্ৰাপ্ত সঞ্চালক পূৰ্ণকান্ত গগৈ আৰু চৰকাৰী বিষয়া জানকী শইকীয়া গগৈৰ নাতি। তেওঁ পাৱাৰগ্ৰীড কৰ্প’ৰেশ্যন অব ইম্ডিয়া লিমিটেডৰ ডি এম জিতু গোহাঞি আৰু মেৰাকি য়োগা ৰিট্ৰিট চেণ্টাৰৰ সঞ্চালক আৰু যোগ থেৰাপিষ্ট সংগীতা গগৈৰ পুত্ৰ।

Recent News

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

Sanjay Dutt

প্ৰিয় অভিনেতালৈ মৰমৰ চিন! সঞ্জয় দত্তৰ নামত অনুৰাগী মহিলাই উইল কৰি গ’ল ৭২ কোটি টকাৰ সম্পত্তি

Hath se Hath Jodo campaign

ভাৰত জোড়ো যাত্ৰাই দিছে মনোবল! এইবাৰ দেশজোৰা ‘হাথ ছে হাত জোড়ো’ অভিযান কংগ্ৰেছৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd