DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ উদ্যোগীসকলক উদ্ভাৱনীমূলক  চিন্তা উজ্জীৱিত ৰখাৰ আহ্বান প্ৰধান মন্ত্ৰীৰ

ৰাজীব ৰয় by ৰাজীব ৰয়
June 6, 2018 10:16 pm
0.30293200-1464353095-3-pm-modi-at-dedication-of-various-development-projects-in-meghalaya-18
89
VIEWS
Share on FacebookShare on Twitter

প্রধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ উদ্যোগীসকলক প্ৰশংসা কৰি উদ্ভাৱনীমূলক  চিন্তা উজ্জীৱিত ৰখাৰ বাবে আহ্বান জনায়।

উত্তৰ পূৰ্বাঞ্চল তথা অসম উদ্যোগীসকলৰ নতুন ব্যৱসায়ৰ বাবে এটা কেন্দ্ৰ হৈ উঠাৰ বাবে তেওঁ অত্যন্ত সুখী বুলি মন্তব্য কৰে।

অসমৰ উদ্ভাৱকসকলৰ বিষয়ে্ তেওঁ অৱগত বুলিও প্ৰকাশ কৰে প্ৰধান মন্ত্ৰী মোদীয়ে।

ভিডিঅ’ ব্ৰীজ ব্যৱস্থাৰ যোগে প্ৰধান মন্ত্ৰীগৰাকীয়ে ভাৰতৰ যুৱ উদ্ভাৱক আৰু উদ্যোগীসকলৰ সৈতে মত বিনিময় কৰি আছিল। এইটো হৈছে চৰকাৰৰ বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে প্ৰধান মন্ত্ৰীগৰাকীৰ চতুৰ্থটো এনেধৰণৰ মত বিনিময় কাৰ্যসূচী।

তেওঁ কয় যে কম বয়সতেই শিশুৰ মনত উদ্ভাৱনী চিন্তাক জগাই তুলিব লাগে। অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এটা টুইটযোগে কৈছে প্ৰধান মন্ত্ৰীৰ এনেধৰণৰ কাৰ্যই অসমৰ যুৱ উদ্যোগীসকলক প্ৰেৰণা যোগাব।

প্ৰধান মন্ত্ৰীগৰাকীয়ে আৰু কয় যে বিজেপি চৰকাৰ দিনত পেটেণ্ট আৰু ট্ৰেডমাৰ্ক লাভ কৰাটো সহজসাধ্য হৈ পৰিছে। তেওঁ কয়  যে এইখন চৰকাৰে ট্ৰেডমাৰ্ক লাভ কৰাৰ বাবে প্ৰয়োজনীয় ফৰ্মৰ পৰিমাণ ৭৪খনৰ পৰা ৮খনলৈ কমাই আনিছে। পূৰ্বৰ চৰকাৰৰ তুলনাত এইখন চৰকাৰৰ দিনত পেটেণ্টৰ সংখ্যা ৩গুণ বৃদ্ধি হৈছে বুলিও তেওঁ কয়।

তেওঁ আৰু কয় যে নতুন উদ্যোগীসকলৰ বাবে যাতে পুঁজিৰ অভাৱ নহয়, তাৰ বাবে ১০,০০০ কোটি টকাৰ পুঁজি সৃষ্টি কৰিছে।

তেওঁ আৰু কয় যে নতুন চাম উদ্যোগীৰ মাজত প্ৰতিযোগিতাৰ মনোভাৱ আৰু উদ্ভাৱনী চিন্তাৰ সৃষ্টি কৰিবলৈ চৰকাৰে  ‘অটল নিউ ইণ্ডিয়া’, ‘স্মাৰ্ট ইণ্ডিয়া হেক্কাথন’ আৰু ‘এগ্ৰিকালছাৰ গ্ৰেণ্ড চেলেঞ্জ’ আদি প্ৰতিযোগিতাৰ মঞ্চৰ সৃষ্টি কৰিছে।

তেওঁ কৃষিখণ্ডত উদ্ভাৱনী চিন্তাৰ প্ৰয়োগ কৰাৰ বাবে যুৱ চামলৈ আহ্বান জনায়। প্ৰধান মন্ত্ৰীগৰাকীয়ে ‘ইন্নোভেটিভ ইণ্ডিয়া’ হিচাপে ভাৰতক আগুৱাই নিবলৈ ভাৰতৰ নাগৰিকসকললৈ আহ্বান জনায়।

Recent News

building collapses in Mumbai

মুম্বাইত খহি পৰিল চাৰিমহলীয়া অট্টালিকা: নিহত ১৯ জন, ১৫ গৰাকী আহত

Maharashtra Crisis

শক্তিপীঠ কামাখ্যাত মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতা একনাথ সিন্দে: আজিয়ে মহাৰাষ্ট্ৰলৈ উভতাৰ সম্ভাৱনা

lightning strikes in Bihar

বিহাৰত প্ৰকৃতিৰ তাণ্ডৱ লীলা: ধুমুহা-বজ্ৰপাতে প্ৰাণ ল’লে ১৬ জনৰ

Udaipur murder

উদয়পুৰৰ নৃশংস হত্যাই জোকাৰিছে দেশ: ৰাজস্থানত এমাহৰ বাবে জাৰি ১৪৪ ধাৰা, কৰ্তন ইণ্টাৰনেট সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd