• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ গঁড় চিকাৰীৰ সন্ধান দিওঁতালৈ এক লাখ টকাৰ পুৰস্কাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 24, 2018 1:47 pm
rhino-horn-678x381

প্ৰতিনিধত্বমূলক ফটো

13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ কাছাৰ জিলাৰ আৰক্ষীৰ জিম্মাৰ পৰা পলাই যোৱা দুৰ্ধৰ্ষ চোৰাং চিকাৰী হাবিব হুছেইনৰ কোনো লোকে সন্ধান দিলে নগদ এক লাখ টকাৰ পুৰস্কাৰ আগবঢ়াৱ বুলি ঘোষণা কৰিছে হিউমেন ছচাইটি ইন্টাৰনেশ্যনেল, ইণ্ডিয়াই (এইচএছআইআই)। টাইমছ অফ ইণ্ডিয়াৰ এক বাতৰিত এই কথা প্ৰকাশ পাইছে।

এইচএছআইআই হৈছে বন্যপ্ৰাণীৰ সুৰক্ষাৰ লগত জড়িত এটি সংস্থা।

Apply Now

যোৱা ১৯ ফেব্ৰুৱাৰীত অসম আৰক্ষী আৰু আছাম ৰাইফলছৰ এক যৌথ অভিযানত কাছাৰৰ ভৈৰৱপুৰৰ পৰা তিনিটা চোৰাং চিকাৰীক আটক কৰা হৈছিল। আনগৰাকী চোৰাং চিকাৰী হাবিব হুছেইন (৩২) বুলি চিনাক্ত কৰা হৈছে আৰু তেওঁ এটা গঁড়ৰ খড়্গ লৈ পলাই সাৰিবলৈ সক্ষম হয়। হাবিব হুছেইন এতিয়াও পলাতক হৈ আছে।

গ্ৰেপ্তাৰ হোৱা তিনিগৰাকী চোৰাং চিকাৰীক খলিলুৰ ৰহমান (৪৭),মইনুদ্দিন (৫৮) আৰু লোকমান আলী (৬০) বুলি চিনাক্ত কৰা হৈছে। এই আটাইকেইজনেই ৰাজ্যখনৰ কৰিমগঞ্জ জিলাৰ বাসিন্দা।

এই চোৰাং চিকাৰী কেইটাই বৰাক উপত্যকাৰ পৰাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা গঁড়ৰ চোৰাং চিকাৰৰ চক্ৰ চলাই আছিল।

‘’ দুৰ্ভাগ্যজনকভাৱে বন্যপ্ৰাণীৰ ব্যৱসায় বিশেষকৈ গঁড়ৰ খড়্গৰ ব্যৱসায় বিশ্বত বৃদ্ধি পাই আহিছে। গঁড়ৰ খড়্গকলৈ জনসমাজত বহুতো জনবিশ্বাস আৰু অন্ধবিশ্বাস বৰ্তি আছে। কিছুমান সংস্কৃতিত ইয়াক কামশক্তি বৰ্ধক সামগ্ৰী বুলি বিশ্বাস কৰাৰ লগতে আন কিছুমানে ইয়াৰ ৰোগ নিৰাময়ৰ শক্তি থকা বুলি বিশ্বাস কৰে। কিন্তু দৰাচলতে এয়া মিছা আৰু কোনো বৈজ্ঞানিক ভিত্তি নাই,’’-এইচএছআইআইৰ বন্যপ্ৰাণী প্ৰচাৰ পৰিচালক সুমন্থ বিন্দুমাধৱৰ উদ্ধৃতিৰে বাতৰিটোত কোৱা হৈছে।

বিন্দুমাধৱে কৈছে যে পুৰস্কাৰ ঘোষণা কৰি এইচএছআইআইয়ে পলাই থকা চোৰাং চিকাৰীটোক কৰায়ত্ত্ব কৰাৰ ক্ষেত্ৰত আছাম ৰাইফলছ, অসম আৰক্ষী আৰু আন বলবৎকাৰী সংস্থাসমূহক সহায় কৰিব বিচাৰিছে।

এই ঘটনাৰ লগত জড়িত সংস্থাসমূহৰ প্ৰচেষ্টাক প্ৰশংসা কৰি বিন্দুমাধৱে পলাতক চোৰাং চিকাৰীটোক ধৰাৰ ক্ষেত্ৰত ই সহায় কৰিব বুলি আশা কৰে। বিন্দুমাধৱে লগতে যদি কোনোৱে কিবা তথ্য পায় সংস্থাটোক যোগাযোগ কৰিবলৈ আহ্বান জনায়।

ভাৰতৰ এটা খড়্গযুক্ত গঁড়সমূহ ১৯৭২ চনৰ বন্যপ্ৰাণী সুৰক্ষা আইনৰ অনুসূচী ১ৰ অধীনত সুৰক্ষিত প্ৰজাতি আৰু শৰীৰৰ অংশৰ বাবে ইয়াৰ হত্যা কৰাটো আইন বিৰুদ্ধ তথা এক শাস্তিযোগ্য অপৰাধ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাসংগিক প্ৰশ্ন : আমি এতিয়া কি কৰা উচিত?‎

প্ৰাসংগিক প্ৰশ্ন : আমি এতিয়া কি কৰা উচিত?‎

June 25, 2026 12:37 pm
মই ‘কমিউনিষ্ট’ নহয়! নিজৰ স্থিতি স্পষ্ট কৰিলে মেয়ৰ মামদানিয়ে

মই ‘কমিউনিষ্ট’ নহয়! নিজৰ স্থিতি স্পষ্ট কৰিলে মেয়ৰ মামদানিয়ে

June 25, 2026 12:22 pm
নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমত নতুন সংযোজন, অন্তৰ্ভুক্ত হ’ল ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ ইতিহাস

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমত নতুন সংযোজন, অন্তৰ্ভুক্ত হ’ল ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ ইতিহাস

June 25, 2026 11:18 am
প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

June 25, 2026 10:29 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাসংগিক প্ৰশ্ন : আমি এতিয়া কি কৰা উচিত?‎

প্ৰাসংগিক প্ৰশ্ন : আমি এতিয়া কি কৰা উচিত?‎

June 25, 2026 12:37 pm
মই ‘কমিউনিষ্ট’ নহয়! নিজৰ স্থিতি স্পষ্ট কৰিলে মেয়ৰ মামদানিয়ে

মই ‘কমিউনিষ্ট’ নহয়! নিজৰ স্থিতি স্পষ্ট কৰিলে মেয়ৰ মামদানিয়ে

June 25, 2026 12:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd