• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ  ড০ ৰীতা বড়োলৈ সাহিত্য অকাডেমিৰ বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 21, 2017 10:12 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
Bodo writer Dr. Rita Baro from Assam gets Sahitya Akademi award
অসমৰ বাবে আজিৰ এটা সুখবৰ যে ৰাজ্যখনৰ দুগৰাকীকৈ বিশিষ্ট সাহিত্যিকে সাহিত্য অকাডেমি বঁটা লাভ কৰিছে। অসমীয়া ভাষাৰ শিতানত অসমৰ বিশিষ্ট ঔপন্যাসিক জয়ন্ত মাধৱ বৰাই এই বছৰৰ সাহিত্য অকাডেমি বঁটা পোৱাৰ লগতে ড০ ৰীতা বড়োৱে বড়ো ভাষাৰ শিতানত সাহিত্য অকাডেমি বঁটা লাভ কৰিছে। ড০ বড়োৱে তেওঁৰ বড়ো ভাষাত লিখা উপন্যাস থুইছাম (Thwisam) নামৰ উপন্যাসখনৰ বাবে এই বঁটা লাভ কৰিছে বুলি এটা সূত্ৰই জানিবলৈ দিছে।
সাহিত্য অকাডেমি বঁটা প্ৰাপক ড০ ৰীতা বড়ো।
অতি মৰ্য্যাদাপূৰ্ণ বঁটাৰে বড়ো সাহিত্য তথা বড়ো সমাজলৈ এক আনন্দৰ খবৰ অনা ৰীতা বড়ো উপন্যাসখনৰ মূল কাহিনী হ’ল এজন চহিদৰ বিপথগামী পুত্ৰৰ চৰিত্ৰ এটাক কেন্দ্ৰ কৰি। বিপথগামী পুত্ৰজনে দেউতাকৰ মৃত্যুৰ বাবে চৰকাৰে দিয়া এককালীন সাহায্য হিচাপে পোৱা টকাকেইটা মাকৰ পৰা বুধি কৰি সৰকোৱাৰ পিছত ঘৰ এৰি যায়। এই চৰিত্ৰটোক লৈয়ে চুটি উপন্যাসখনৰ কাহিনীভাগ আগ বাঢ়ে। উপন্যাসখন সন্দৰ্ভত লেখিকা গৰাকীয়ে কয় ‘মই মাথোঁ সমাজত ঘটি থকাবোৰৰহে উপস্থাপন কৰিছো। বিশেষকৈ মটৰচাইকেল আৰু অন্যান্য বিলাসী বস্তুৰ পিছত ঘূৰি ফুৰা বিপথগামী নতুন চামৰ কাৰ্য্যকলাপ দাঙি ধৰিব খুজিছো।’
বঁটা পোৱাৰ পিছত এন ই নাওৰ সাংবাদিকৰ সৈতে হোৱা কথোপকথনত কয়, ‘মই অতিশয় উৎফুল্ল।’ তেওঁ আৰু কয়, ‘এয়া হ’ল মোৰ সাহিত্য কৰ্মৰ প্ৰথমটো বৃহৎ স্বীকৃতি। সাহিত্য অকাডেমিৰ বঁটাই খুবেই সুখী কৰিছে। মই কেতিয়াও সাহিত্যিক হ’ম বুলি লিখা নাছিলো। লিখাটো মোৰ চখ আছিল। ইয়াৰ যোগেদি মই বহুত সুখ অনুভৱ কৰো।’
উল্লেখযোগ্য যে বঁটা প্ৰাপক ড০ বড়ো ওদালগুৰিৰ টংলা মহাবিদ্যালয় বড়ো সাহিত্যৰ অধ্যাপিকা। তেওঁ আন এখন উপন্যাস লিখাৰ কামত ব্যস্ত থকা বুলিও জানিবলৈ দিয়ে। ইয়াৰ পূৰ্বেও ৰীতা বড়োৱে ওদালগুৰি বড়ো সাহিত্য সভাৰ পৰা মংগল চন্দ্ৰী ব্ৰহ্ম বঁটা লাভ কৰিছিল। ড০ বড়োৰ অকাডেমি বঁটা পোৱা উপন্যাসখন যোৱা ২০১৪ চনত প্ৰকাশ হৈ ওলাইছিল। তেওঁ আন তিনিখন উপন্যাসো লিখা বুলি জানিব পাৰি।
ড০ ৰীতা বড়োৰ জন্ম হৈছিল ১৯৭৫ চনৰ ২৮ আগষ্টত আৰু তেওঁ টংলা গাৰ্লছ হাই স্কুলৰ পৰা শিক্ষা লৈ টংলা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লয়। তেওঁ অসমীয়া আৰু বড়ো দুয়োটা ভাষাতে স্নাতকোত্তৰ ডিগ্ৰী লৈছে।
Apply Now
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd