• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ নতুন মুখ্য সচিবৰ দায়িত্ব গ্ৰহণ কৰিব অতিৰিক্ত মুখ্য সচিব টি ওৱাই দাসে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 22, 2018 8:06 pm

1 min read

TY-Das-570x320

টি ওৱাই দাস : ফাইল ফটো

1k
VIEWS
Share on FacebookShare on Twitter

অসমৰ অতিৰিক্ত মুখ্য সচিব টি ওৱাই দাস ৰাজ্যখনৰ নতুন মুখ্য সচিবৰ দায়িত্বভাৰ গ্ৰহণ কৰিব।

দাসে বৰ্তমানৰ মুখ্য সচিব ভি কে পিপাৰচেনিয়াৰ কাৰ্যকাল অন্ত পৰাৰ লগে লগেই মাৰ্চৰ পৰা ৰাজ্যখনৰ প্ৰশাসনীয় মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰিব। সূত্ৰসমূহে নৰ্থ ইষ্ট নাও ৰ আগত এই কথা প্ৰকাশ কৰিছে।

১৯৮২ বৰ্ষৰ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ এগৰাকী বিষয়া দাসে বৰ্তমান অসমৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

২০১২ চনৰ নৱেম্বৰত দাসক কেন্দ্ৰীয় তথ্য আয়োগৰ (চিআইচি) হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁক তেতিয়া অতিৰিক্ত সচিবৰ মৰ্যাদা আৰু দৰমহাৰ পদ মৰ্যাদাৰে নিযুক্ত দিয়া হৈছিল।

ভি কে পিপাৰনেচিয়াই ২০১৫ চনৰ ৩১ মে’ত অসমৰ মুখ্য সচিব হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। ১৯৮০ বৰ্ষৰ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া ভি কে পিপাৰনেচিয়াৰ মুখ্য সচিব হিচাপে ২০১৭ৰ ছেপ্টেম্বৰত কাৰ্যকাল অন্ত পৰাৰ পিছত অসম চৰকাৰে ছয়মাহৰ বাবে কাৰ্যকাল বৃদ্ধি কৰিছিল। তেওঁৰ বৰ্দ্ধিত কাৰ্যকালো এই মাহতে অন্ত পৰিব।

 

Recent News

a man

ৰক্তাক্ত ম্যানমাৰ: আৰক্ষীৰ নিৰ্বিচাৰ গুলিচালনাত নিহত ১৮ গৰাকী প্ৰতিবাদকাৰী

Screenshot_20210227_203328

মাৰ্ঘেৰিটা সমষ্টিত অনুষ্ঠিত হ’ব লগা প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচন সৰ্ম্পকে মহকুমাধিপতি কাৰ্যালয়ত সাংবাদিকৰে সভা

PM-Modi-750x375

ডিঙিত গামোচালৈ কোভিড ভেকচিন গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

bhaba

কলিয়াবৰত নৱ নিৰ্মিত নামঘৰৰ গুৰু আসন প্ৰতিষ্ঠা মহোৎসৱ অনুষ্ঠিত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd