DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ মালভোগ কল এতিয়া আন্তৰ্জাতিক বজাৰত উপলব্ধ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 2, 2018 9:47 pm
bananas-678x381
1.9k
VIEWS
Share on FacebookShare on Twitter

অসমৰ মালভোগ কল ডুবাইলৈ ৰপ্তানি হৈছে। বুধবাবে স্পাইচজেটৰ এখন বিমানযোগে এই প্ৰথমবাৰৰ বাবে ১.২ মেট্ৰিকটন পৰিমাণৰ মালভোগ কল ডুবাইলৈ পৰিবহন কৰা হয়।

বাণিজ্য আৰু উদ্যোগ মনত্ৰ্যালয়ৰ অধীনস্থ শীৰ্ষতম সংস্থা ‘কৃষিজাত আৰু প্ৰসংস্কৃত খাদ্য উৎপাদন ৰপ্তানি প্ৰাধিকৰণ’ৰ (Agricultural and Processed Food Products Export Development Authority) পৃষ্ঠপোষকতাত এই কলবিধ ৰপ্তানি কৰা হ’ব।

২০১৬-১৭ চনত ভাৰতৰ পৰা ৰপ্তানি কৰা মুঠ সতেজ কলৰ প্ৰায় ৩০ শতাংক কল সংযুক্ত আৰব এমিৰাইটছে ক্ৰয় কৰে। ইয়াৰ মুছঠ পৰিমাণ হৈছে ২৪,২৭৭ মেট্ৰিকটন যাৰ মূল১ ১১৮ কোটি টকা।

কলৰপ্তানি কৰা ক্ৰিয়ামেৰি ক্ৰাফ্‌ৰ স্বত্বাধিকাৰী শিবনাথ ভট্টাচাৰ্যই কয় যো মালভোগ কল স্পাইচফ্ৰেছ ব্ৰেণ্ডৰ নামত ৰপ্তানি কৰা হৈছে। স্পাইচজেট মাৰচেণ্ডাইজ প্ৰাঃ লিঃ হৈছে স্পাইচজেটৰ এটা অংশ।

এই কলখিনিগোৱালপাৰাৰ দৰংগিৰিৰ পৰা উঠোৱা হৈছে আৰু এইখন হৈছে সমগ্ৰ উত্তৰ পূব ভাৰতৰেই কলৰ সৰ্ববৃহৎ বজাৰ।

অসমত ৪১,৮৮৫ হেক্টৰ কৃষিভূমিত কলখেতি কৰা হয় আৰু ইয়াত ৫,৮১,৮৮৪ মেট্ৰিকটন কল উৎপন্ন হয়।

১৫বিধ কলৰ ভিতৰত বাণিজ্যিকভৱে ৰপ্তানিযোগ্য কলৰ জাত হৈছে জাহাজী, মালভোগ, অঋত সাগৰ, কাচকল আৰু চেনীচম্পা। দলংগিৰিতেই কলৰ বাণিজ্য কেন্দ্ৰীভূত হৈ আছে। যোৰহাটৰ জাহাজী, নগাঁও, মৰিগাঁও আৰু কামৰূপ জিলাই সৰ্বোত্তোম মানৰ মালভোগ কল উৎপাদন কৰে বুলি উদ্যানশস্য বিভাগৰ এটা প্ৰতিৱেদনত প্ৰকাশ।

Recent News

ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ১৪ লৈ বৃদ্ধি, ৮লাখতকৈয়ো অধিক লোক ক্ষতিগ্ৰস্ত

ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ১৪ লৈ বৃদ্ধি, ৮লাখতকৈয়ো অধিক লোক ক্ষতিগ্ৰস্ত

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd