• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমৰ ৰোগাক্ৰান্ত ফুটবলাৰৰ বাবে আগবাঢ়ি আহিল ক্ৰীড়া মন্ত্ৰী ৰাথোড়

এন ই নাও নিউজ by এন ই নাও নিউজ
April 1, 2018 11:18 pm
সুমিত ৰাভা

সুমিত ৰাভা

107
VIEWS
Share on FacebookShare on Twitter

দুটাকৈ বৃক্ক বিকল হোৱাৰ ফলত শয্যশায়ী হৈ থকা প্ৰতিভাশালী যুৱ ফুটবলাৰ সুমিত ৰাভাৰ সহায়ৰ বাবে আগবাঢ়ি আহিল কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী ৰাজ্যবৰ্ধন সিং ৰাথোড়।

গুৱাহাটী চিটী ফুটবল ক্লাবে টুইটাৰ যোগে ৰোগাক্ৰান্ত ফুটবলাৰগৰাকীৰ সহায়ৰ বাবে চলোৱা প্ৰচেষ্টাৰ পিছত এই সন্দৰ্ভত অৱগত হৈ ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে সুমিতৰ সহায়ৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি অৱগত কৰাৰ লগতে ‘ছাই’ৰ বিষয়াবৰ্গক শীঘ্ৰে ফুটবলাৰগৰাকীৰ অৱস্থাৰ বুজ ল’বলৈ নিৰ্দেশ দিয়া বুলি জনাইছে।

উল্লেখযোগ্য যে  বছৰীয়া সুমিতে এবাৰ অসমক প্ৰতিনিধিত্ব কৰাৰ লগতে গুৱাহাটী টাউন ক্লাব, ছানৰাইজ ক্লাব আদিৰ হৈ খেলি আহিছিল।

প্ৰখ্যাত মোহন বাগান-ছেইল ফুটবল একাডেমীৰ অনুৰ্দ্ধ ১৮ৰ দলকো তেওঁ প্ৰতিনিধিত্ব কৰিছিল।

আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ বাবে সুমিতৰ ব্যয়বহুল চিকিৎসা অসম্ভৱ হৈ পৰাৰ পিছত গুৱাহাটী চিটী এফ চিয়ে ফুটবলাৰগৰাকীৰ স্বাৰ্থত ছ’চিয়েল মিডিয়াযোগে বিষয়টো সন্দৰ্ভত ফুটবল তথা ক্ৰীড়া জগতক অৱগত কৰোৱাৰ প্ৰয়াস চলাইছিল।

এটা বিবৃতিত ক্লাবৰ সঞ্চালক কৌস্তৱ চক্ৰবৰ্তীয়ে ৰাথোড়ক তেওঁৰ তাৎক্ষণিক সঁহাৰিৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে।

সুমিতৰ পৰিয়ালৰ সূত্ৰমতে ইতিমধ্যে ৰাথোড়ৰ নিৰ্দেশত ‘ছাই’ৰ পৰিয়ালটোক সাক্ষাৎ কৰি সকলো ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd