DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

অসম-অৰুণাচল সীমান্তত নিৰাপত্তা বাহিনীৰ ওপৰত উগ্ৰপন্থীৰ অপ্ৰৰোচিত আক্ৰমণ

লক্ষ্মণ শৰ্মা by লক্ষ্মণ শৰ্মা
March 27, 2018 5:52 pm
paresh barua ULFA-I

সতীৰ্থৰ সৈতে আলফা (স্বাঃ) সেনা প্ৰধান পৰেশ বৰুৱা। ফাইল ছবি।

193
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ দিৰাক চেকপোষ্টত কৰ্তব্যৰত নিৰাপত্তা বাহিনীৰ লোকৰ ওপৰত সন্দহজনক আলফা(স্বা)ৰ সদস্যই অপ্ৰৰোচিতভাৱে আক্ৰমণ সংঘটিত কৰাৰ পিছত  অঞ্চলটোত এতিয়া আতংকই বিৰাজ কৰিছে। সমগ্ৰ অঞ্চলটোতেই নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। ২৬ মাৰ্চত আক্ৰমণটো সংঘটিত কৰাৰ পিছত নামচাই আৰু অৰুণাচল-অসম সীমান্তত নিয়োজিত নিৰাপত্তা বাহিনীক  সাম্ভাব্য আক্ৰমণ প্ৰতিৰোধ কৰাৰ সষ্টম কৰি তোলা হৈছে।

স্থানীয় সূত্ৰৰ মতে  অৰুণাচলৰ ফালৰ মাধৱপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চিতপানি এলেকাৰ পৰা অহা দুজন সসস্ত্ৰ বাইক আৰোহীয়ে  নিৰস্ত্ৰ নিৰাপত্তাৰক্ষীসকলৰ ওপৰত প্ৰায় ৫মিনিট ধৰি গুলিচালনা কৰে আৰু আন্ধৰৰ সুযোগ লৈ পলাই যায়।

চেকপোষ্টত নিয়োজিত চি আৰ পি এফৰ সূত্ৰত প্ৰকাশ যে  শূন্যলৈ ছিংগল শ্বট লান্সাৰ আৰু অন্য উন্নত মাৰণাস্ত্ৰৰ পৰা কেইবা ৰাউণ্ড গুলিৰে প্ৰত্যুত্তৰ দি তেওঁলোক কথমপি সাৰি যাবলৈ সক্ষম হয়। অৰুণাচলৰ এজন চি আৰ পি এফ পৰিদৰ্শকে কয়, ‘ওচৰৰ গছ আৰু চেকপোষ্টৰ দেৱাল ক্ষতিগ্ৰস্ত কৰা গুলিসমূহৰ পৰা জানিব পাৰি যে উগ্ৰপন্থীয়ে আমাক লক্ষ্য কৰি গুলি চলাইছিল।‘

গুলি চালনাৰ ঘটনাত কোনো লোক আহত হোৱা নাই যদিও দুয়োখন ৰাজ্যৰ সীমাৰ কাষত বাস কৰা কাকপথাৰ আৰু চিতপানি এলেকাৰ সমীপৱৰ্তী এলেকাৰ লোকসকল এতিয়াও আতংকগ্ৰস্ত।

আক্ৰমণৰ পিছতেই নিৰাপত্তাৰক্ষীয়ে  ঠাইখিনি ঘেৰি লয় আৰু ঘটনাস্থলীৰ পৰা তেওঁলোকে কেইটামান আণ্ডাৰ-বেৰেল গ্ৰেনেড লান্সাৰ আৰু ইনছাছ ৰাইফলৰ খালি কেছ লাভ কৰে।

ইতিমধ্যে, তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তই সন্দেহ প্ৰকাশ কৰিছে যে কূটাঘাতৰ মনোবৃত্তিৰে অসম-অৰুণাচল সীমান্তৰ তিনিচুকীয়া-চাংলাং আৰু নামচাই জিলাৰ নিকটৱৰ্তী স্থানত বাহৰ পাতি থকা ৰূপম অসম আৰু টাইগাৰ অসমৰ নেতৃত্বত ৬জনীয়া আলফা সদস্যৰ এটা গোটে এই আক্ৰমণটো সংঘটিত কৰিব পাৰে।  তেওঁৰ মতে পৰেশ বৰুৱাৰ নেতৃত্বৰ আলফা গোটোৱে ম্যানমাৰৰ পৰা অৰুণাচলৰ নিৰাপদ পথটোৰে আহি অসমৰ প্ৰৱেশ কৰি কূটাঘাট কৰাৰ বাবে উত্ৰাবল হৈ আছে।

মহন্তই আৰু কৈছে যে অসম-অৰুণাচল সীমান্তৰ ওচৰে পাঁজৰে আলফাৰ এই গোটটো ঘূৰা-ফিৰা কৰি আছে আৰু এলেকাটোৰ আইন-কানুনজনিত পৰিস্থিতি অস্থিৰ কৰি তোলাৰ সুযোগৰ অপেক্ষাত আছে।

আনহাতে, বৰডুমছা কঠালগুৰি এলেকাৰ এটা সূত্ৰই জনাইছে যে সশস্ত্ৰ আলফা সদস্যৰ এটা গোটে ওচৰৰে চাহ বাগিচা এলেকাত মুক্ত বচৰণ কৰি আছে।

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd