• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অসম-অৰুণাচল সীমান্তত নিৰাপত্তা বাহিনীৰ ওপৰত উগ্ৰপন্থীৰ অপ্ৰৰোচিত আক্ৰমণ

লক্ষ্মণ শৰ্মা by লক্ষ্মণ শৰ্মা
March 27, 2018 5:52 pm
paresh barua ULFA-I

সতীৰ্থৰ সৈতে আলফা (স্বাঃ) সেনা প্ৰধান পৰেশ বৰুৱা। ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ দিৰাক চেকপোষ্টত কৰ্তব্যৰত নিৰাপত্তা বাহিনীৰ লোকৰ ওপৰত সন্দহজনক আলফা(স্বা)ৰ সদস্যই অপ্ৰৰোচিতভাৱে আক্ৰমণ সংঘটিত কৰাৰ পিছত  অঞ্চলটোত এতিয়া আতংকই বিৰাজ কৰিছে। সমগ্ৰ অঞ্চলটোতেই নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। ২৬ মাৰ্চত আক্ৰমণটো সংঘটিত কৰাৰ পিছত নামচাই আৰু অৰুণাচল-অসম সীমান্তত নিয়োজিত নিৰাপত্তা বাহিনীক  সাম্ভাব্য আক্ৰমণ প্ৰতিৰোধ কৰাৰ সষ্টম কৰি তোলা হৈছে।

স্থানীয় সূত্ৰৰ মতে  অৰুণাচলৰ ফালৰ মাধৱপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চিতপানি এলেকাৰ পৰা অহা দুজন সসস্ত্ৰ বাইক আৰোহীয়ে  নিৰস্ত্ৰ নিৰাপত্তাৰক্ষীসকলৰ ওপৰত প্ৰায় ৫মিনিট ধৰি গুলিচালনা কৰে আৰু আন্ধৰৰ সুযোগ লৈ পলাই যায়।

Apply Now

চেকপোষ্টত নিয়োজিত চি আৰ পি এফৰ সূত্ৰত প্ৰকাশ যে  শূন্যলৈ ছিংগল শ্বট লান্সাৰ আৰু অন্য উন্নত মাৰণাস্ত্ৰৰ পৰা কেইবা ৰাউণ্ড গুলিৰে প্ৰত্যুত্তৰ দি তেওঁলোক কথমপি সাৰি যাবলৈ সক্ষম হয়। অৰুণাচলৰ এজন চি আৰ পি এফ পৰিদৰ্শকে কয়, ‘ওচৰৰ গছ আৰু চেকপোষ্টৰ দেৱাল ক্ষতিগ্ৰস্ত কৰা গুলিসমূহৰ পৰা জানিব পাৰি যে উগ্ৰপন্থীয়ে আমাক লক্ষ্য কৰি গুলি চলাইছিল।‘

গুলি চালনাৰ ঘটনাত কোনো লোক আহত হোৱা নাই যদিও দুয়োখন ৰাজ্যৰ সীমাৰ কাষত বাস কৰা কাকপথাৰ আৰু চিতপানি এলেকাৰ সমীপৱৰ্তী এলেকাৰ লোকসকল এতিয়াও আতংকগ্ৰস্ত।

আক্ৰমণৰ পিছতেই নিৰাপত্তাৰক্ষীয়ে  ঠাইখিনি ঘেৰি লয় আৰু ঘটনাস্থলীৰ পৰা তেওঁলোকে কেইটামান আণ্ডাৰ-বেৰেল গ্ৰেনেড লান্সাৰ আৰু ইনছাছ ৰাইফলৰ খালি কেছ লাভ কৰে।

ইতিমধ্যে, তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তই সন্দেহ প্ৰকাশ কৰিছে যে কূটাঘাতৰ মনোবৃত্তিৰে অসম-অৰুণাচল সীমান্তৰ তিনিচুকীয়া-চাংলাং আৰু নামচাই জিলাৰ নিকটৱৰ্তী স্থানত বাহৰ পাতি থকা ৰূপম অসম আৰু টাইগাৰ অসমৰ নেতৃত্বত ৬জনীয়া আলফা সদস্যৰ এটা গোটে এই আক্ৰমণটো সংঘটিত কৰিব পাৰে।  তেওঁৰ মতে পৰেশ বৰুৱাৰ নেতৃত্বৰ আলফা গোটোৱে ম্যানমাৰৰ পৰা অৰুণাচলৰ নিৰাপদ পথটোৰে আহি অসমৰ প্ৰৱেশ কৰি কূটাঘাট কৰাৰ বাবে উত্ৰাবল হৈ আছে।

মহন্তই আৰু কৈছে যে অসম-অৰুণাচল সীমান্তৰ ওচৰে পাঁজৰে আলফাৰ এই গোটটো ঘূৰা-ফিৰা কৰি আছে আৰু এলেকাটোৰ আইন-কানুনজনিত পৰিস্থিতি অস্থিৰ কৰি তোলাৰ সুযোগৰ অপেক্ষাত আছে।

আনহাতে, বৰডুমছা কঠালগুৰি এলেকাৰ এটা সূত্ৰই জনাইছে যে সশস্ত্ৰ আলফা সদস্যৰ এটা গোটে ওচৰৰে চাহ বাগিচা এলেকাত মুক্ত বচৰণ কৰি আছে।

লক্ষ্মণ শৰ্মা

লক্ষ্মণ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd