DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম-অৰুণাচল সীমান্তত সেনা-আৰক্ষীৰ সৈতে এন ডি এফ বি (স)ৰ প্ৰচণ্ড গুলীয়াগুলী

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
May 11, 2018 8:40 pm
অসম-অৰুণাচল সীমান্তত সেনা-আৰক্ষীৰ সৈতে এন ডি এফ বি (স)ৰ প্ৰচণ্ড গুলীয়াগুলী

প্ৰতিনিধিত্বমূলক ফটো

127
VIEWS
Share on FacebookShare on Twitter

অসম অৰুণাচল সীমান্তৰ বিশ্বনাথৰ দিৰিং নলাত সেনা-আৰক্ষীয়ে এন ডি এফ বি (স) দলৰ বিৰুদ্ধে এক যৌথ অভিযান চলায়। এই অভিযান কালত দুই পক্ষৰ মাজত প্ৰচণ্ড গুলীয়াগুলী হয়।

উল্লেখযোগ্য যে অঞ্চলটোত সেনা-আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত এন ডি এফ বি (স) দলৰ ১৪ নং বেটেলিয়নৰ কমাণ্ডাৰ বি ৰাংচাওৰ নেতৃত্বত অঞ্চলটোত এটা বৃহৎ দলে অৱস্থান কৰা বুলি তথ্য লাভ কৰে। ফলত সেনা-আৰক্ষীয়ে তাৎক্ষণিকভাৱে অঞ্চলটোত অভিযান চলায়।

বৰ্তমানলৈকে দুই পক্ষৰ মাজত হোৱা গুলীয়াগুলীত হতাহতৰ সংখ্যা জানিব পৰা হোৱা নাই। যিহেতু বৰ্তমান অঞ্চলটোত সেনাই সাংবাদিকৰ প্ৰৱেশত বাধা প্ৰদান কৰাৰ লগতে ফটো সংগ্ৰহৰ বাবেও বাধা প্ৰদান কৰিছে।

সেনা-আৰক্ষীয়ে উক্ত অঞ্চলটো ঘেৰি ৰাখিছে আৰু অভিযান সম্পূৰ্ণ নোহোৱালৈকে গোপনে অভিযান অব্যাহত ৰাখিব বুলি জানিব পৰা গৈছে।

অভিযানৰ পিছত পৰৱৰ্তী পৰ্যায়ত সেনা-আৰক্ষীৰ তথ্যত হে ঘটনাৰ সবিশেষ জানিব পৰা হ’ব।

Recent News

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

Gangetic dolphin

বৰপেটাত মৃত অৱস্থাত গাঙ্গেতিক ডলফিন উদ্ধাৰ: জালত লাগি মৃত্যু হোৱাৰ সন্দেহ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

Mentally Ill Man Thrashed

‘নাম কি? মহম্মদ নেকি?’: মানসিক ৰোগত আক্ৰান্ত ব্যক্তিৰ ধৰ্মীয় পৰিচয় বিচাৰি শাৰীৰিক আক্ৰমণ; মৃতদেহ উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd