• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসম কন্যা অংকিতাৰ সৈতে বিয়াত বহিল বলিউদ অভিনেতা, মডেল মিলিন্দ সুমন

এন ই নাও নিউজ by এন ই নাও নিউজ
April 21, 2018 9:09 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ জীয়ৰী অংকিতাক জীৱনৰ লগৰী কৰি বিয়াত বহাৰ পথত সুদৰ্শন মডেল মিলিন্দ সুমন। শনিবাৰে মুম্বাইৰ আলিবাগত বিয়া মিলিন্দ আৰু গুৱাহাটীৰ অংকিতাৰ। তেওঁলোকৰ এগৰাকী বন্ধুৱে চচিয়েল মীডিয়াত মুকলি কৰিছে তেওঁলোকৰ ‘মেহেন্দি’ অনুষ্ঠানৰ কিছু ছবি।

যোৱা মাহত দুয়োৰে ‘লিভিং টুগেদাৰ’ৰ চতুৰ্থ বাৰ্ষিকী উদযাপনৰ কৰা বহুচৰ্চিত জোৰাটোৰ বিবাহক লৈ উত্তাল হৈ পৰিছে চচিয়েল মীডিয়া।

Apply Now

প্ৰেমিকা, বিমান পৰিচালিকা অংকিতাৰ উপৰি অসমৰ সৈতে মিলিন্দৰ আছে আন এক বিশেষ সংযোগ। যোৱা বছৰৰ ১৫ অক্টোবৰত গুৱাহাটীত আয়োজিত মহিলাৰ মাৰাথন ‘পিংকাথন’ত যোগ দিছিলহি মডেল, চিনে’মা প্ৰযোজক তথা ফিটনেছ প্ৰম’টাৰ মিলিন্দে।

মিলিন্দৰ উদ্যোগত ২০১২ চনত আৰম্ভ হোৱা এই ‘পিংকাথন’ ভাৰতৰ সৰ্ববৃহৎ ‘মহিলাৰ মাৰাথন’। গুৱাহাটীত আয়োজিত পিংকাথনে পাইছিল অভূতপূৰ্ব সঁহাৰি।

বিপাশা বসু, গুল পানাগকে আদি কৰি বহু প্ৰখ্যাত ব্যক্তিয়ে সমৰ্থন আগবঢ়োৱা পিংকাথনে মহিলাসকলক সুস্থ জীৱনশৈলীৰ বাবে প্ৰেৰণা দিয়া আৰু স্তনৰ কৰ্কট ৰোগকে মহিাসকলৰ জীৱনক বিপদাপন্ন কৰিব পৰা বিভিন্ন বিষয়বিলাক সম্পৰ্কে তেওঁলোকক সচেতন কৰি তুলিব খোজে।

দুয়োৰে বয়সৰ ব্যৱধানক লৈ চচিয়েল মীডিয়াত বহুতে তিতকাৰী মাৰিলেও ‘Focus on the good’ শিৰোনামেৰে কিছুদিন পূৰ্বে দুয়োৰে অন্তৰংগ মুহূৰ্তৰ ছবি ইনষ্টাগ্ৰামত মুকলি কৰিছিল সুমনে।

মিলিন্দ সুমনে প্ৰথমতে ফৰাচী অভিনেত্ৰী মাইলীন জেমপানইক ২০০৬ চনত বিয়া পাতিছিল যদিও তিনি বছৰ পিছত তেওঁলোকৰ বিচ্ছেদ হয়।

সকলো সামাজিক বাধা অতিক্ৰমি অৱশেষত বিয়াত বহাৰ বাবে প্ৰস্তুত হ’ল জোৰাটো।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd