• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম প্ৰদেশ কংগ্ৰেছৰ জিলা সমিতিসমূহৰ সভাপতি নিযুক্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
May 1, 2018 11:29 pm
congress-india-campaign
134
VIEWS
Share on FacebookShare on Twitter

অসম প্ৰদেশ কংগ্ৰেছ ( APCC )ৰ জিলা সভাপতিসকলৰ নাম আজি ১ মে’ত ঘোষণা কৰা হৈছে। দলটোৰ ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীয়ে জিলা সভাপতিসকলক নিযুক্তি দিয়ে।

সেই অনুসৰি দিলীপ কুমাৰ বৰুৱাক বিশ্বনাথ, ৰাহুল ৰয়ক হাইলাকান্দি, প্ৰদীপ কুমাৰ দে’ক শিলচৰ, বীৰেন সিং ইংতিক কাৰ্বি আংলং, উত্তম সৰকাৰক ধুবুৰী, বিমল মণ্ডলক কোকৰাঝাৰ, শংকৰ প্ৰসাদ ৰয়ক বঙাইগাওঁ, দিগন্ত বৰ্মনক নলবাৰী, ৱাহিদা আহমেদক দৰং, ভীমানন্দ তাঁতীক শোণিতপুৰ, তপন কুমাৰ শৰ্মাক নগাওঁ, অজন্তা নেওগক গোলাঘাট, দীপ গগৈক যোৰহাট, জয়প্ৰকাশ দাসক লখিমপুৰ, জয়ন্ত কলিতাক তিনিচুকীয়া, সুজিত কুমাৰ দাসক চিৰাং, বিষ্টি কুমাৰ বসুমতাৰীক ওদালগুৰি, ধীৰাজ ডেকাক বাক্সা, ঘনশ্যাম কলিতাক কামৰূপ (গ্ৰাম্য), ঋষভ গগৈক ধেমাজি, এতোৱা মুণ্ডাক ডিব্ৰুগড়, সুশান্ত বৰগোহাঁইক শিৱসাগৰ, কুশল কুমাৰ শৰ্মাক গুৱাহাটী মহানগৰ, জোনজোনালী বৰুৱাক মৰিগাওঁ, শান্তনু শৰ্মাক বৰপেটা, নিৰ্মল লাংথাছাক ডিমা হাচাও, আবু ছায়েদক গোৱালপাৰা, মতিউৰ ৰহমান মণ্ডলক দক্ষিণ শালমাৰা, সৰ্থে ক্ৰামছাক পশ্চিম কাৰ্বি–আংলং, পৱিত্ৰ শইকীয়াক চৰাইদেউ, ৰাজীৱ লোচন পেগুক মাজুলী, অৰ্ধেন্দু কুমাৰ দে’ক হোজাই আৰু সটু ৰয়ক কৰিমগঞ্জ জিলাৰ সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd