• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম বন্ধৰ আহ্বান ‘আছা’ৰ কেন্দ্ৰীয় কমিটিয়ে নহয়, সংগঠনৰ পৰা বহিষ্কৃত একাংশইহে দিছে : বন্ধৰ বিৰোধিতা কেন্দ্ৰীয় কমিটিৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 25, 2018 7:56 pm

2 min read

AASAA_2
108
VIEWS
Share on FacebookShare on Twitter

আদিবাসী জনগোষ্ঠীক জনজাতিকৰণ কৰা আৰু অসমৰ চাহ শ্ৰমিকসকলৰ ন্যূনতম মজুৰি ৩৫০ টকা কৰাৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ (আছা) নামত সংগঠনটোৰ একাংশই অহা ২৬ মাৰ্চত ১২ ঘণ্টীয়া অসম বন্ধ আহ্বান কৰাৰ পিছত এই বন্ধৰ বিৰোধিতা কৰি আজি এটা প্ৰেছ বিজ্ঞপ্তি দিছে সংগঠনটোৰ কেন্দ্ৰীয় কমিটিয়ে।

Adivasi
আদিবাসী ছাত্ৰ সন্থাই আমালৈ প্ৰেৰণ কৰা বিবৃতিটো।

প্ৰেছ বিবৃতিটোত উল্লেখ কৰা মতে, কেন্দ্ৰীয় কমিটিৰ পৰা জনোৱা মতে এই বন্ধৰ আহ্বান তেওঁলোকে দিয়া নাই আৰু উক্ত তাৰিখতে কোকৰাঝাৰৰ গোসাঁইগাৱঁত ভাতৃপ্ৰতিম সংগঠন সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ ১৩ সংখ্যক অধিৱেশন আছে। গতিকে এই বন্ধই অসুবিধাৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। সংগঠনটোৰ পৰা প্ৰেৰণ কৰা বিবৃতিত এইটো কোৱা হৈছে যে তেওঁলোকৰ তৰফৰ পৰা কোনো ধৰণৰ বন্ধ আহ্বান কৰা হোৱা নাই।

আনহাতে, নৰ্থ-ইষ্ট নাওৰ পৰা যোগাযোগ কৰাত সংগঠনটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক দেৱেন ওৰাঙে জনায় যে সংগঠন বিৰোধী কাম-কাজত জড়িত থকা বাবে কেইবাজনকো সংগঠনৰ পৰা বহিষ্কাৰ কৰা হৈছিল। কি্ন্তু এইসকলে এতিয়াও সংগঠনৰ নামত বিভিন্ন কাৰ্য্যকলাপ, বিবৃতি প্ৰদান আদি চলাই আছে। এওঁলোকে নিজকে নিয়ন্ত্ৰণ নকৰিলে ভৱিষ্যতে আইনী ব্যৱস্থা লোৱা হ’ব বুলিও সম্পাদকজনে কয়।

মন কৰিব লগীয়া কথাটো হ’ল, ‘আছা’ৰ কাৰ্বি আংলং জিলাৰ শাখাই আমালৈ প্ৰেৰণ কৰা এটা প্ৰেছ বিবৃতিত কাইলৈৰ বন্ধটোক সমৰ্থন কৰা বুলি জনাইছে।

Recent News

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

a pak

ৰিক্সাত উঠি ঘূৰি ফুৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে! ৰহস্য কি? চাওঁক ভিডিঅ

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd