• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম-মিজোৰামৰ সীমা বিবাদ সম্পৰ্কত ২০ মাৰ্চত নতুন দিল্লীত বৈঠক

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , March 13, 2018 11:31 pm

1 min read

Assam-Mizoram border dispute
65
VIEWS
Share on FacebookShare on Twitter

অসম-মিজোৰামৰ সীমা বিবাদে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে অহা ২০ মাৰ্চত নতুন দিল্লীত অসম আৰু মিজোৰাম চৰকাৰৰ মাজত এক বৈঠকৰ আহ্বান কৰিছে।

বৈথকখনত অসম চৰকাৰৰ মুখ্য সচিব টি ওৱাই দাসৰ আৰু মিজোৰাম চৰকাৰৰ মুখ্য সচিব লালমালস্বামাক উপস্থিত থাকিবলৈ কোৱা হৈছে। তেওঁলোকৰ উপৰি আই বি(Intelligence Bureau)ৰ সঞ্চালক ৰাজীব জৈনকো উক্ত বৈঠকখনত উপস্থিত থাকিবলৈ কোৱা হৈছে।

প্ৰাপ্ত তথ্য মতে, বিষয়টোত কেন্দ্ৰ চৰকাৰক হস্তক্ষেপ কৰাৰ আহ্বান জনাই সোমবাৰে মিজোৰাম লাল থানহাওলাই কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙলৈ পত্ৰ পেৰণ কৰাৰ পিছতে ৰাজনাথ সিঙে থানহাওলাক উক্ত বৈঠকখনৰ কথা জানিবলৈ দিয়ে।

কেন্দ্ৰীয় গৃহ সচিব ৰাজীব গৌবা উক্ত বৈঠকখনত পৌৰোহিত্য কৰিব বুলি জানিব পৰা গৈছে।

তেওঁৰ বাৰ্তাত কেন্দ্ৰী মন্ত্ৰী ৰাজনাথ সিঙে মিজোৰামৰ মুখ্য মন্ত্ৰী গৰাকীক সীমান্তৰ মিজোৰামৰ ফালটোত শান্তি সুনিশ্চিত কৰাৰ লগতে লোকসকলক বাইৰাবিত গোট খাই প্ৰতিবাদ কৰাৰ অনুমতি নিদিবলৈ আহ্বান জনায়।

গৃহ মন্ত্ৰ্যালয়ে অসম আৰু মিজোৰাম চৰকাৰৰ লগত একেৰাহে যোগাযোগত আছে বুলি মন্ত্ৰ্যালয়ৰ এগৰাকী বিষয়াই সদৰী কৰে।

দুয়োখন চৰকাৰকে অঞ্চলটোত আইন শৃংখলাক সুনিশ্চিত কৰিবলৈ যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ গৃহ মন্ত্ৰ্যালয়ৰ ফালৰ পৰা আহ্বান জনোৱা লগতে পৰিস্থিতিয়ে যাতে নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ কোৱা হৈছে।

Recent News

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

Samujjal-750x375

আছুৰ হৈ আনুষ্ঠানিক মন্তব্য কৰিব নোৱাৰিব সমুজ্জ্বল ভট্টাচাৰ্যই; স্পষ্ট কৰি দিলে সম্পাদক শংকৰজ্যোতিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd