DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম লোকসেৱা আয়োগৰ তদন্তৰ আওতালৈ দালালবোৰকো অনা হ’ব : আৰক্ষী

এন ই নিউজ ব্যুৰো, গুৱাহাটী : by এন ই নিউজ ব্যুৰো, গুৱাহাটী :
November 22, 2017 8:27 am
APSC

এ পি এছ চিৰ কেলেংকাৰি প্ৰধান অভিযুক্ত ৰাকেশ পাল

86
VIEWS
Share on FacebookShare on Twitter

১৪ গৰাকীকৈ এ চি এছ, এ পি এছ বিষয়াক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পিছত অসম আৰক্ষীয়ে এইবাৰ অসম লোকসেৱা আয়োগৰ ধনৰ বিনিময়ত চাকৰি লোৱা কেইবা কোটিটকীয়া কেলেংকাৰিৰ সৈতে জড়িত মধ্যভোগী দালালসকলকো তদন্তৰ আওতালৈ অনাৰ পৰিকল্পনা কৰিছে। এ পি এছ চি কেলেংকাৰিৰ তদন্ত চলাই থকা ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে সংবাদ মাধ্যমৰ আগত কয়, ’কেলেংকাৰিটোৰ লগত জড়িত বিভিন্ন মধ্যভোগীৰ বিষয়ে যথেষ্ট তথ্য-প্ৰমাণ আমি লাভ কৰিছো আৰু এতিয়া আমি তেওঁলোককো ধৰিম।’ জানিব পৰা মতে এই দালালৰ তালিকাত বিভিন্ন চৰকাৰী বিষয়াৰ নামো আছে। অভিযুক্ত আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেল পালৰ ভাতৃ ৰাজীৱ পাল, সুদীপ দাস আৰু বহুতৰ নাম এই তালিকাত আছে বুলি এক সূত্ৰই প্ৰকাশ কৰিছে। ২৩ গৰাকীকৈ অভিযুক্ত বিষয়াক সোধা-পোছা কৰাৰ সময়ত তেওঁলোকে গোটেই প্ৰক্ৰিয়াটোত তেওঁলোকক সহায় কৰা বহু মধ্যভোগীৰ নাম প্ৰকাশ কৰিছিল। উল্লেখযোগ্য যে পূৰ্বতে বহু ৰাজনীতিক, চৰকাৰী বিষয়া, সাংবাদিক আৰু ছাত্ৰ তথা যুব সংগঠনৰ নেতাৰ নাম অসম লোকসেৱা আয়োগৰ চাকৰিৰ বাবে কৰা ধনৰ লেন-দেনৰ মধ্যভোগী হিচাপে সংবাদ মাধ্যমত প্ৰকাশ পাইছিল।

Recent News

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

বানৰ সমানে সমানে কৃষ্ণাই নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপ

বানৰ সমানে সমানে কৃষ্ণাই নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপ

ফেচবুকত বিপ্লৱী কবিতা লিখি গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ প্ৰতিভাৱান ছাত্ৰী

ফেচবুকত বিপ্লৱী কবিতা লিখি গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ প্ৰতিভাৱান ছাত্ৰী

জনপ্ৰতিনিধিৰ কাণ্ড: সাংবাদিকৰ পিঠিত উঠি গ’ল বান বিধ্বস্ত এলেকা চাবলৈ!

জনপ্ৰতিনিধিৰ কাণ্ড: সাংবাদিকৰ পিঠিত উঠি গ’ল বান বিধ্বস্ত এলেকা চাবলৈ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd