• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰডুমচাৰ অধিৱেশনত সাহিত্যপ্ৰেমীৰ সেৰেঙা উপস্থিতি সভা গণবিচ্ছিন্ন হোৱাৰ ইংগিত?

এন ই নাও নিউজ by এন ই নাও নিউজ
February 2, 2018 5:12 pm
SahityaSabha

অসম সাহিত্য সভাৰ বৰডুমচা অধিৱেশনৰ সাংস্কৃতিক শোভাযাত্ৰাৰ দৃশ্য।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম সাহিত্য সভাৰ বুঢ়ীদিহিং-বৰডুমচা অধিৱেশত সাহিত্যপ্ৰেমীৰ সেৰেঙা উপস্থিতিয়ে চিন্তিত কৰিছে সচেতন ৰাইজ তথা এসময়ত অসমীয়া মানুহৰ হিয়াৰ আমঠুস্বৰূপ অনুষ্ঠানটোৰ অনুৰাগীসকলক। সভাৰ অতীতৰ প্ৰতিখন পূৰ্ণাংগ অধিৱেশন দলদোপ-হেন্দোলদোপ হোৱাৰ পৰিৱৰ্তে এইবাৰ বৰডুমচা অধিৱেশনত দেখা গৈছে তাৰ বিপৰীত ছবি। চাৰিওফালে বিৰাজ কৰিছে উকা উকা পৰিৱেশে। দুখনকৈ ৰাজ্যৰ সীমাত অনুষ্ঠিত হোৱাক চাই এইবাৰ দুয়োখন ৰাজ্যৰ সাহিত্যপ্ৰেমী তথা সভাৰ প্ৰতি আগ্ৰহী লোকৰ উপস্থিতি আশা কৰা হৈছিল সি একেবাৰে নহ’ল।

SahityaSabha_2

Apply Now

আনহাতে সাহিত্য সভালৈ যোৱা কিছুসংখ্যক প্ৰতিনিধিয়ে অভিযোগ কৰিছে যে তেওঁলোকক উপযুক্ত নিম্নতম সা-সুবিধা প্ৰদান কৰা হোৱা নাই। নাই খোৱা-বোৱাৰ সুশৃংখল ব্যৱস্থা, নাই বহাৰ পৰ্য্যাপ্ত আসন। সংবাদকৰ্মীসকলৰ বাবেও নাই কোনো প্ৰয়োজনীয় সা-সুবিধা। এনে চূড়ান্ত অব্যৱস্থাই উপস্থিতসকলৰ প্ৰায়সকলকে হতাশ কৰা বুলি জানিব পৰা গৈছে।

কিন্তু ইয়াৰ লগতে যিটো কথাই সচেনত ৰাইজক আটাইতকৈ বেছি উদ্বিগ্ন কৰি তুলিছে সেইটো হ’ল সাহিত্য সভাৰ অধিৱেশনৰ প্ৰতি মানুহৰ স্বাভাৱিক আকৰ্ষণৰ গ্ৰাফডালত নিম্নচাম প্ৰকট হোৱাটো। বহুতে মন্তব্য কৰিছে যে এই পৰিৱৰ্তনক সাহিত্য সভাত দীৰ্ঘদিন চলি অহা অসাহিত্যিক তথা অনুপযুক্ত লোকৰ দপদপনিৰ প্ৰতি মানুহৰ ক্ষোভৰ বহিঃপ্ৰকাশ বুলি গণ্য কৰিব পাৰি। বহুতে অসম সাহিত্য সভা গণবিচ্ছিন্ন হোৱাৰ এয়া আৰম্ভণি বুলিও মত দিছে।

আন এটা মতৰ মতে অতি পিছপৰা ঠাইত পতা বাবে তথা চৌপাশৰ মানুহৰ সাহিত্যৰ সৈতে একো সম্পৰ্ক নথকা বাবে অঞ্চলবাসীৰ সঁহাৰি তেনেই কম।

আনহাতে ব্যৱস্থাপনাৰ দিশটোত আয়োজকৰ গাফিলতিৰ বাবেও বহুতে মুকলি অসন্তুষ্টি ব্যক্ত কৰিছে। ছ’চিয়েল মিডিয়াতো এই বিষয়টো ব্যপক চৰ্চা হৈছে। মূল আদৰণি সমিতি তথা বিভিন্ন উপসমিতিৰ পৰা অৰ্থৰ নাটনিৰ দিশটোক অজুহাত হিচাপে দেখুওৱা হৈছে যদিও এয়া কিমান দূৰ মানি ল’ব পাৰি? দুখনকৈ ৰাজ্যৰ মুখ্য মন্ত্ৰীয়ে নিজ মুখে সম্ভৱপৰ সকলো সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো অধিৱেশনখনৰ বাবে নিম্নতম প্ৰয়োজনীয় অৰ্থৰ নাটনি কেনেকৈ হৈছে? আৰু যদি চৰকাৰৰ পৰা কোনো অৰ্থ সাহায্য পোৱা নাই সেয়া অসম সাহিত্য সভাৰ পৰা ৰাইজৰ জ্ঞাতাৰ্থ স্পষ্ট কৰা উচিত।

BookFair
প্ৰতিখন বিপণিৰ পৰা ৫ হাজাৰকৈ টকা লোৱাৰ পিছতো গ্ৰন্থমেলাৰ মূল তোৰণৰ পুতৌজনক অৱস্থা।

অধিৱেশনস্থলীৰ গ্ৰন্থমেলাৰ মূল তোৰণখন দেখিলে এনেকুৱা লাগে যে গাওঁৰ তেনেই সাধাৰণভাৱে পতা এখন বিয়াৰ তোৰণখনো ইয়াতকৈও উন্নতহে হয়। গ্ৰন্থমেলাত ভাগ লোৱা গ্ৰন্থবিক্ৰেতাই প্ৰশ্ন কৰিছে যে প্ৰতিখন বিপণিৰ পৰা ৫ হাজাৰ টকাকৈ লোৱাৰ পিছতো ২-৩ হাজাৰ টকা খৰচ কৰি তোৰণখন ভালকৈ দিবলৈ শক্তি নহ’ল নে উপসমিতিৰ? আনহাতে গ্ৰন্থমেলাৰ প্ৰৱেশদ্বাৰত টিকটৰো ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে। ইয়াৰ পিছতো নিম্নতম সা-সুবিধা যোগান ধৰা নাই গ্ৰন্থমেলা উপসমিতিখনে। কালি গধূলিৰ সময়ত বিদ্যুৎ সংযোগো পোৱা নাছিল বিপণিবোৰে। পিছত স্থানীয় বিধায়ক আহি হস্তক্ষেপ কৰাত পৰিস্থিতি কিছু উন্নত হয়। বিধায়কে প্ৰৱেশদ্বাৰৰ টিকট লগোৱা উঠাই দিয়ে। লগতে তেওঁ বিপণিবিলাকত খোপাপানীৰ যোগানৰ ব্যৱস্থা কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm
শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

September 30, 2026 10:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd