DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয় চৌহদত নতুন ভৱনৰ আধাৰশিলা স্থাপন

এন ই নাও নিউজ by এন ই নাও নিউজ
May 4, 2018 10:29 am
asomsahityasabha
298
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ দীঘলীপুখুৰীৰ সমীপত অৱস্থিত অসম সাহিত্য সভাৰ চৌহদত বৃহস্পতিবাৰে এটি নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰা হয় ৷

অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক ডঃ সঞ্জীৱ কুমাৰ শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত অসম সাহিত্য সভাৰ সদস্য মহীয়ান ডঃ সতেন্দ্ৰ নাৰায়ণ গোস্বামী আৰু কামৰূপ মহানগৰ সাহিত্য সভাৰ সভাপতি মৃণালীনী দেৱীয়ে এক মাঙ্গলিক পৰিৱেশত ভৱনটোৰ আধাৰ শিলা স্থাপন কৰে ৷

প্ৰয়াত অভিযন্তা প্ৰশান্ত বিশ্ব শৰ্মাৰ সোঁৱৰাণত আৰু তেওঁৰ পৰিয়ালৰ অৰ্থ সাহাৰ্য্যত তিনি মহলীয়াকৈ নিৰ্মাণ হবলগীয়া ভৱনটোৰ দুটা মহলা অসম সাহিত্য সভাই আৰু এটা মহলা  কামৰূপ মহানগৰ  সাহিত্য সভাই ব্যৱহাৰ কৰিব ৷

আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰয়াত অভিযন্তা প্ৰশান্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ হৈ মাতৃ মৃণালীনী দেৱী, জ্যেষ্ঠ ভাতৃ দিগন্ত বিশ্ব শৰ্মাৰ লগতে ভাতৃ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী তথা নিউজ লাইভৰ পৰিচালন সঞ্চালিকা ৰিণিকি শৰ্মা ভূঞা , অসম সাহিত্য সভাৰ প্ৰচাৰ কোষৰ আহ্বায়ক প্ৰফুল্ল বৰ্মন, কোষাধ্যক্ষ কনক বৰা, অনুবাদ প্ৰকল্পৰ আহ্বায়ক সাহিত্য একাদেমী অনুবাদ বঁটা বিজয়ী বিপুল দেউৰী, লেখিকা পদুমী গগৈ, হৃদয়ানন্দ গগৈ আদি ভালে সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে ৷

Recent News

Bharat Jodo Yatra

দেশৰ অৱস্থাক লৈ অধিক চিন্তিত হোৱাৰ বাবেই ভাৰত জোড়ো যাত্ৰাত যোগদান!

BBC documentary on Modi

বিবিচিৰ তথ্যচিত্ৰ প্ৰদৰ্শনক কেন্দ্ৰ কৰি উত্তপ্ত দিল্লী বিশ্ববিদ্যালয়: আটক কেইবাগৰাকীও শিক্ষাৰ্থী

China covid

ক’ভিদ সন্ত্ৰাস: চীনক দক্ষিণ কোৰিয়াৰ মোক্ষম আঘাত!

Lakhimpur Kheri case

কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ লখিমপুৰ খেৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত আশীষ মিশ্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd