• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অহা বছৰৰ পৰা নাথাকিব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ শীৰ্ষ ১০ টা স্থানৰ তালিকা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 25, 2018 4:29 pm

2 min read

উচ্চতৰ মাধ্যমিক
82
VIEWS
Share on FacebookShare on Twitter

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত শীৰ্ষ ১০ জন কৃতী ছাত্ৰ-ছাত্ৰীৰ তালিকা প্ৰকাশৰ পৰম্পৰাৰ অহা বছৰৰ পৰা বিলুপ্তি ঘটোৱা হ’ব। এই কথা জানিবলৈ দিছে অসম উচচতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ড০ দয়ানন্দ বৰগোহাঁয়ে।

অধ্যক্ষ ড০ দয়ানন্দ বৰগোহাঁয়ে কয় যে উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ ক্ষেত্ৰত অতি শীঘ্ৰেই এক নতুন ব্যৱস্থা কৰা হ’ব। মাধ্যমিক শিক্ষা সংসদত সংস্কাৰৰ উদ্দেশ্যে অধ্যক্ষগৰাকীয়ে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে।

লগতে তেওঁ কয় যে এইবাৰ ঘোষণা কৰিব লগীয়া ফলাফলত প্রথম দহটা স্থানৰ উল্লেখ থাকিব, অৰ্থাৎ এইবাৰ পূর্বৰ নিয়ম বাহাল থাকিব। কিন্তু অহা বছৰৰ পৰা এই পৰম্পৰা বাদ দিয়া হ’ব। অৱশ্যে অধ্যক্ষ গৰাকীয়ে কয় যে এই বিষয়ত অহা ২৯ মার্চত অনুষ্ঠিত হ’বলগীয়া শিক্ষা সংসদৰ কার্যনির্বাকৰ বৈঠকতহে সিদ্ধান্ত লোৱা হ’ব।

অধ্যক্ষ গৰাকীয়ে কয় যে  ২৯ মাৰ্চৰ বৈঠকত তদন্ত কমিটীৰ প্রতিবেদন, আছুকে ধৰি অন্যান্য ছাত্র সংগঠনৰ বিভিন্ন পৰামর্শৰ ওপৰত আলোকপাত কৰি বহু সংস্কাৰমূলক সিদ্ধান্ত গ্রহণ কৰা হ’ব। লগতে তেওঁ কয় যে শেহতীয়াকৈ স্থানপ্রাপ্তৰ নামত ৰাজ্যখনত এক প্রতিযোগিতামূলক ব্যৱসায় চলি আহিছে। বিশেষকৈ এই ক্ষেত্ৰত ৰাজ্যৰ জুনিয়ৰ কলেজসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

তাৰোপৰি অধ্যক্ষ গৰাকীয়ে কয় যে এই ব্যৱসায়িক মনোভাৱেৰে গঢ়ি উঠা জুনিয়ৰ কলেজ সমূহে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনক লৈ হেতালি খেলাকে ধৰি কোনো ধৰণৰ অনিয়ম কৰিবলৈ কুণ্ঠাবোধ নকৰা হ’ল। আনকি গোৱালপাৰা ছায়েন্স একাদেমী তাৰেই এক উদাহৰণ বুলিও অধ্যক্ষ গৰাকীয়ে কয়।

সেয়ে অধ্যক্ষ গৰাকীয়ে  উচ্চতম মাধ্যমিকৰ চূড়ান্ত ফলাফলৰ স্থানপ্রাপ্তৰ তালিকা প্রস্তুতৰ বিপৰীতে সবোর্চচ নম্বৰপ্রাপ্ত মেধাৱী ছাত্র-ছাত্রীক পুৰস্কৃত কৰাৰ নতুন নিয়ম প্রয়োগ কৰিব বুলি কয়।

আনহাতে গোৱালপাৰা ছায়েন্স একাডেমীৰ ছাত্ৰ-ছাত্ৰী সকল যাতে বিদ্যায়তনিক দিশত কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখি একাডেমীখনৰ প্ৰতি সংসদে সু-দৃষ্টি ৰাখিব বুলি অধ্যক্ষ গৰাকীয়ে জানিবলৈ দিয়ে।

Recent News

২৩ জানুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু অসম চৰকাৰ

২৩ জানুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু অসম চৰকাৰ

IMG-20210119-WA0047

২০২১ৰ নিৰ্বাচনৰ পূৰ্বে অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ দাবী পূৰ্ণ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ

২৪ জানুৱাৰিত গৃহ মন্ত্ৰী অমিত শ্বাহে কোকৰাঝাৰত ভাগ ল’ব বিশাল জনসভাত

২৪ জানুৱাৰিত গৃহ মন্ত্ৰী অমিত শ্বাহে কোকৰাঝাৰত ভাগ ল’ব বিশাল জনসভাত

a bcd

অৱশেষত কংগ্ৰেছ-AIUDF ৰ মিত্ৰতা চূড়ান্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd