• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অহা ১ ফেব্রুৱাৰিৰ পৰা তেজপুৰত অনুষ্ঠিত হ’ব ব্ৰহ্মপুত্ৰ জনগোষ্ঠীয় উৎসৱ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 28, 2018 3:46 pm

1 min read

fest-678x381
89
VIEWS
Share on FacebookShare on Twitter

ব্ৰহ্মপুত্ৰ জনগোষ্ঠীয় উৎসৱ ২০১৮’ অহা ১ ফেব্ৰুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ তেজপুৰৰ জাহাজঘাটত অনুষ্ঠিত হ’ব। ইয়াৰ বাবে সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।

এই উৎসৱটো সন্মিলিত অসমীয়া যুৱ সংঘই উৎসৱটো আয়োজনৰ ক্ষেত্ৰত আগভাগ লৈছে আৰু সৰু চহৰখনৰ বাবে পৰ্যটনৰ সুবিধা সৃষ্টি কৰাৰ ক্ষেত্ৰত যথা সম্ভৱ প্ৰচেষ্টা চলাইছে।

এই নদী মহোৎসৱ আয়োজনৰ অন্যতম উদ্দেশ্য হৈছে ব্ৰহ্মপুত্ৰৰ চৌপাশৰ বান বিধ্বস্ত আৰু গৰাখহনীয়া আক্ৰান্ত অঞ্চসমূহৰ বিষয়ে সজাগতা বৃদ্ধি কৰা। আয়োজকসকলে জনসাধাৰণৰ মাজত বিনোদনৰ মাজেৰে সজাগতা সৃষ্টি কৰিব বিচাৰে।

এই নদী মহোৎসৱৰ পৰা লাভ কৰা ধন বানাক্ৰান্ত ৰাইজৰ মাজত সাহায্য হিচাপে হিচাপে দান হিচাপে দিয়া হ’ব।

চিত্ৰ প্ৰদৰ্শনী, শিশুৰ প্ৰতিভা সন্ধান, হাতীত উঠা, চিলা উৰুওৱা, ফেশ্বন শ্ব’, জনগোষ্ঠীয় খাদ্য মেলা আদি হৈছে তিনিদিনীয়া মহোৎসৱটোৰ কেইটামান উল্লেখযোগ্য দিশ।

এই বছৰ মহোৎসৱখনৰ মুখ্য আকৰ্ষণ হৈছে উদ্বোধনী অনুষ্ঠান য’ত অসমৰ জনপ্ৰিয় গায়ক জুবিন গাৰ্গে কণ্ঠ নিগৰাৱ।

Recent News

IMG-20210122-WA0032

একেৰাহে চতুৰ্থবাৰলৈ আছুৰ দখলত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd