• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অৰুণাচলত উৎপাদিত ভাৰতৰ প্ৰথম জৈৱিক কিৱি সুৰা মুকলি

NE NOW NEWS এনই নাও নিউজ
গুৱাহাটী , April 22, 2018 12:29 pm

1 min read

kiwi
98
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে অৰুণাচলৰ উদ্যোগ মন্ত্ৰী টামিঅ’ টাগাই ৰাজ্যখনত উৎপাদিত দেশৰ প্ৰথম জৈৱিক কিৱি সুৰা আনুষ্ঠানিকভাৱে মুকলি কৰে। গুৱাহাটীৰ এখন হোটেলত মুকলি কৰা এই জৈৱিক কিৱি সুৰা ব্ৰেণ্ডটোৰ নাম হৈছে নাৰা আবা।

উল্লেখযোগ্য যে নামনি সোৱণশিৰি জিলাৰ জিৰোৰ হং গাঁৱত লামবু-ছুবু ফুড এণ্ড বেভাৰেজেছ নামৰ প্ৰতিষ্ঠানটোৱে এই কিৱি সুৰাবিধৰ উৎপাদন আৰম্ভ কৰিছে। স্থানীয় এই ফলবিধৰ পৰা উৎপাদিত এই সুৰাই পাহাৰীয়া ৰাজ্যখনৰ সুৰা উদ্যোগটোক এক নতুন মাত্ৰা দিব বুলি আশা কৰা হৈছে।

লামবু-ছুবু ফুড এণ্ড বেভাৰেজেছ নামৰ প্ৰতিষ্ঠানটো হৈছে ছুইজাৰলেণ্ডৰ পাছতে বিশ্বৰ দ্বিতীয় জৈৱিক সুৰা প্ৰস্তুত কৰা কোম্পানী।

জানিব পৰা মতে অৰুণাচল প্ৰদেশত বাৰ্ষিক হাৰত প্ৰায় ৯,৪২৮ মেট্ৰিক টন সুৰা উৎপাদন হয়। যাৰ ভিতৰত নামনি সোৱণশিৰি জিলাত উৎপাদন হোৱা এই ফলবিধৰ পৰিমাণ হৈছে ২৫০০ মেট্ৰিক টন।

উল্লখযোগ্য যে অনুষ্ঠানটোত উপস্থিত থাকি উদ্যোগ মন্ত্ৰী টাগাই কয় যে নাৰা আবা হৈছে উত্তৰ পূৰ্বাঞ্চলৰ এটা ব্ৰেণ্ড আৰু সকলোৱে ইয়াত বিনিয়োগ কৰিব পাৰে। আনহাতে ৰাজ্যখনৰ ঔদ্যোগিক নীতি পূৰ্বৰ তুলনাত যথেষ্ট শিথিল কৰা বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে খাদ্য সংশাধন ক্ষেত্ৰত বিনিয়োগকাৰীসকলক বিনিয়োগ কৰিবলৈ আহ্বান জনায়।

Recent News

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd