• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচল প্ৰদেশৰ গ্ৰাম্য উন্নয়নৰ বাবে মুকলি কৰিলে বৃহৎ ধন ৰাশি

NE NOW NEWS এন ই নাও নিউজ
ইটানগৰ , March 16, 2018 10:19 pm

1 min read

pema-khandu22-326x245
62
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ বাবে এক সুখবৰ। কেন্দ্ৰীয় গ্ৰাম্য উন্নয়ন মন্ত্ৰীয়ে কেন্দ্ৰীয় আঁচনি  প্ৰধান মন্ত্ৰী গ্ৰাম ছড়ক যোজনাৰ অধীনত ৰাজ্যখনলৈ মুকলি কৰিলে ৩৫১,৫৪,৬১,০০০ টকা।

অৰুণাচলৰ গাওঁ সমূহৰ মাজত উন্নত মানৰ সংযোগ স্থাপন কৰাটোৱে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ প্ৰধান লক্ষ্য।

কেন্দ্ৰীয় চৰকাৰে মুকলি কৰা এই ধন ৰাশি ২০১৭-১৮ বৰ্ষৰ বাৰ্ষিক আৱণ্টনৰ দ্বিতীয়টো কিস্তি, যিটোত Phase-X Batch –II (2013-14)ৰ ২৪৩.৮৮০৭৫ কোটি টকা আৰু Phase – X Batch –III (২০১৩-১৪)ৰ বাবে ১০৭.৬৬৫৩৫ কোটি টকা।

এই আঁচনিৰ অধীনত মুকলি কৰা ধন ৰাশিৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে ধন্যবাদ জ্ঞাপন কৰে। লগতে ৰাজ্যখনৰ যোগাযোগ ব্যৱস্থাৰ দিশত প্ৰধান মন্ত্ৰীয়ে গ্ৰহণ কৰা উদ্যোগৰো শলাগ লয়।

ইয়াৰ উপৰি অৰুণাচল প্ৰদেশৰ গ্ৰাম্য সংযোগ ব্যৱস্থাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰাৰ বাবেও কেন্দ্ৰীয় গ্ৰাম্য উন্নয়ন মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰকো খাণ্ডুৱে ধন্যবাদ জ্ঞাপন কৰে।

তদুপৰি কেন্দ্ৰীয় চৰকাৰে মুকলি কৰা ধন ৰাশিৰ উচিত ব্যৱহাৰ কৰাৰো আশ্বাস প্ৰদান কৰে খাণ্ডুৱে।

Recent News

USA-TIKTOK/BYTEDANCE

উত্তৰত সন্তুষ্ট নহয় কেন্দ্ৰ; চিৰদিনৰ বাবে নিষিদ্ধ হোৱাৰ পথত TikTokকে ধৰি ৫৯টা চীনা এপ

WhatsApp Image 2021-01-26 at 9.33.43 AM

শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজী নহ’ল ষষ্ঠ পত্নী; সপ্তম পত্নীৰ সন্ধান ৬৩বছৰীয়া বৃদ্ধৰ

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

santosh babu

গণতন্ত্ৰ দিৱসত মহাবীৰ চক্ৰৰে সন্মানিত কৰা হ’ব গালৱানৰ শ্বহীদ কৰ্ণেল সন্তোষ বাবুক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd