• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচল বিধানসভাৰ দুখন আসনৰ বাবে হোৱা উপ নিৰ্বাচনৰ ভোটদান আৰম্ভ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 21, 2017 9:43 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল বিধানসভাৰ দুটা সমষ্টি পূব কামেং জিলাৰ পাক্কে-কেছ্ছা আৰু নামনি ছিয়াঙৰ লিকাবালিৰ উপ নিৰ্বাচনৰ বাবে আজি ৰাতিপুৱা ৭ বজাৰ পৰাই ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আবেলি ৪ বজাত ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হ’ব।

আজি ৰাতিপুৱাই ভোটকেন্দ্ৰসমূহত ইভিএম আৰু ভোটাৰ-ভেৰিফাইড পেপাৰ অডিট ট্ৰায়েল (ভিভিপিএটি) ব্যৱস্থা সংলগ্ন কৰা হৈছে। প্ৰথমবাৰৰ বাবে ৰাজ্যখনত এই ভিভিপিএটি ব্যৱস্থা ব্যৱহাৰ কৰা হৈছে।

Apply Now

সমষ্টি দুটাৰ উপ নিৰ্বাচনৰ বাবে ৰাজ্যিক আৰক্ষী, আইটিবিটি আৰু চাৰিটা কেন্দ্ৰীয় অৰ্দ্ধসামৰিক বাহিনীৰ লোকক নিৰাপত্তাৰ কামত নিয়োগ কৰা হৈছে। স্পৰ্শকাতৰ কেন্দ্ৰসমূহত নিৰাপত্তাৰ দিশটো চোৱা চিতা কৰিব চিআৰপিএফ আৰু আইআৰবিএ।

দিয়োটা সমষ্টিৰ ভোটগ্ৰহণৰ বাবে মুঠতে ৩৭০ গৰাকী বিষয়াক নিয়োগ কৰা হৈছে। গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াটোৰ সাধাৰণ তথা খৰচৰ পৰ্যবেক্ষণৰ বাবে নিৰ্বাচন আয়োগে পৰ্যবেক্ষক নিযুক্তি দিছে।

অহা ২৪ তাৰিখে হ’বলগা ভোটগননাৰ বাবে দুয়োখন জিলাতে হল সাজু কৰি ৰখা হৈছে।

পাক্কে-কেছ্ছাং সমষ্টিৰ ২৯ টা ভোটগ্ৰহণ কেন্দ্ৰত ৩৯৪৩ গৰাকী মহিলাকে ধৰি সৰ্বমুঠ ৭,৪৫৫ গৰাকী ভোটাৰে ভোটদান সাব্যস্ত কৰিব। আনহাতে, লিকাবালি সমষ্টিত ৩৯টা ভোটগ্ৰহণ কেন্দ্ৰত ৫৩৩১ গৰাকী মহিলাকে ধৰি ১০,৬০৮ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব।

পাক্কে-কেছ্ছাং সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাক্তন উপ মুখ্যমন্ত্ৰী কামেং ডলো আৰু বিজেপি প্ৰাৰ্থী বি আৰ ৱাঘেৰ মাজত পোনপটীয়া প্ৰতিদ্বন্দিতা হোৱাৰ বিপৰীতে লিকাবালি সমষ্টিত প্ৰতিদ্বন্দিতা কৰা চাৰি গৰাকী প্ৰতিদ্বন্দ্বীৰ মাজতে প্ৰতিদ্বন্দিতা চলিব। লিকাবালি সমষ্টিৰ প্ৰাৰ্থী কেইগৰাকী হৈছে ক্ৰমে কাৰ্ডো নেইগাৰ (বিজেপি), মডাম ডিনি (কংগ্ৰেছ), পিপুলছ পাৰ্টি অফ অৰুণাচলৰ গুমকে ৰিবা আৰু নিৰ্দলীয় প্ৰাৰ্থী ছেংগো টাইপডিয়া।

চলিত বছৰৰে যোৱা ৪ ছেপ্টেম্বৰত ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী জম্বে কেনাৰ মৃত্যুৰ পিছত লিকাবালি আসনখন খালী হৈছিল। আনহাতে প্ৰাক্তন মন্ত্ৰী তথা বিজেপি প্ৰাৰ্থী আটুম ওৱেলীয়ে ২০১৪ ৰ নিৰ্বাচনত ডলোৰ বিজয়ক প্ৰত্যাহ্বান জনাই দাখিল কৰা এখন নিৰআচনী আবেদনৰ ৰায় দি গুৱাহাটী উচ্চ ন্যায়ালয়ে ডলোৰ বিধায়ক পদ খাৰিজ কৰাৰ পাছত পাক্কে কেছ্ছাং আসনখন খালী হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd