• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অৰ্থ কেতিয়াও অন্তৰায় হ’ব নোৱাৰে প্ৰতিভাৰ; ফুটবলাৰ সীমান্তক ৰাজ্য চৰকাৰৰ সহায়ৰ হাত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 24, 2018 12:06 pm

1 min read

22195625_875748159250918_6808507543424805105_n

ফুটবলাৰ সীমান্ত বৈশ্য

152
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ আগশাৰীৰ ফুটবল একাডেমি ডি এছ কে শিৱাজিয়ানছ ইণ্টাৰনেশ্যনেল ফুটবল একাডেমিত প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হৈছে অসমৰ এজন প্ৰতিভাৱান খেলুৱৈ সীমান্ত বৈশ্য।

মহাৰাষ্ট্ৰৰ পুনেস্থিত এই একাডেমিখনত প্ৰশিক্ষণ গ্ৰহণৰ বাবে যাবলৈ আৰ্থিক সমস্যাত পৰিছিল সীমান্ত। কিন্তু এই কথাৰ উমান পাই সীমান্তক সহায় কৰাৰ উদ্দেশ্যে আগবাঢ়ি আহিল ৰাজ্য চৰকাৰ। সোমবাৰে ৰাজ্য চৰকাৰৰ হৈ ৰঞ্জিৎ দাসে এক লাখ টকা প্ৰদান কৰে।

উল্লেখ্য যে কালি অম্বিকাগিৰীৰ বাসভৱনলৈ গৈ সীমান্তক লগ ধৰি ৰাজ্য চৰকাৰৰ হৈ ৰঞ্জিৎ দাসে উক্ত ধন ৰাশি প্ৰদান কৰে। ইফালে পৰিয়ালৰ আৰ্থিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ৰঞ্জিৎ দাসে নিজৰ ফালৰ পৰাও ৪০ হাজাৰ টকাৰ বৰঙণি আগবঢ়ায়।

জানিব পৰা মতে গুৱাহাটীৰ লিজেণ্ড ক্লাবৰ হৈ খেলা সীমান্তৰ প্ৰতিভা দেখিয়েই ডি এছ কে শিৱাজিয়ানছ ইণ্টাৰনেশ্যনেল ফুটবল একাডেমিয়ে প্ৰশিক্ষণৰ বাবে তেওঁক বাছনি কৰিছে।

অট’ চালকৰ পুত্ৰৰ বাবে অহা সুযোগ যাতে অথলে নাযায় তাৰ বাবেই ৰাজ্য চৰকাৰৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে এই আৰ্থিক সহায় আগবঢ়ায়।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd