• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আইন-শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্রণৰ বাবে ১৫ জুনত অসম পাবহি ৫০ টা অতিৰিক্ত কেন্দ্রীয় নিৰাপত্তাৰক্ষী বাহিনীৰ কোম্পানী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 5, 2018 1:09 pm

2 min read

আইন-শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্রণৰ বাবে ১৫ জুনত অসম পাবহি ৫০ টা অতিৰিক্ত কেন্দ্রীয় নিৰাপত্তাৰক্ষী বাহিনীৰ কোম্পানী
78
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা ৩০ জুনত প্রকাশৰ পাছত ৰাজ্যত হ’ব পৰা যিকোনো আইন-শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্রণৰ বাবে অহা ১৫ জুনত অসম পাবহি ৫০ টা অতিৰিক্ত কেন্দ্রীয় নিৰাপত্তাৰক্ষী বাহিনীৰ কোম্পানী।

উল্লেখযোগ্য যে নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্রকাশৰ পাছত হিংসাত্মক ঘটনা সংঘটিত হ’ব পৰাৰ সম্ভাৱনা থকা স্পর্শকাতৰ অঞ্চল হিচাপে চিনাক্ত কৰা ১৫টা স্থানত উক্ত কেন্দ্রীয় নিৰাপত্তা বাহিনীৰ এটাকৈ কোম্পানী নিয়োগ কৰা হ’ব।

ইফালে নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্রকাশৰ পাছত ৰাজ্যৰ কেইবাটাও হিন্দু বাঙালী প্রধান এলেকাত এই সম্প্রদায়ৰ ওপৰত আক্রমণ সংঘটিত হোৱাৰ আশংকা বৃদ্ধি পোৱাৰ তথ্য লাভ কৰিছে চোৰাংচোৱা সংস্থাই৷ ফলত এই এলেকা বিলাকৰ স্থানীয় ৰাইজ স্বাভিৱকতে শংকিত হৈ পৰিছে। আনকি তেওঁলোকে গৃহ বিভাগৰ ওচৰত নিৰাপত্তা বিচাৰি আবেদন কৰিছে বুলিও জানিব পৰা গৈছে।

ইতিমধ্যে অতি স্পর্শকাতৰ আৰু স্পর্শকাতৰ এলেকা হিচাপে দৰঙৰ খাৰুপেটীয়া আৰু মৰিগাঁও জিলাৰ মৈৰাবাৰী, স্পর্শকাতৰ এলেকা হিচাপে কামৰূপ (গ্রাম্য) জিলাৰ চমৰীয়াৰ কাঁহিকুছি, গৰৈমাৰী বজাৰ, নগাঁও জিলাৰ ধিং টাউন, যমুনামুখ, গোৰাজান, ডবকা টাউন, দৰং জিলাৰ ধূলা, দলগাঁও, বৰপেটা জিলাৰ বাঘবৰ, জনিয়া, বাক্সা জিলাৰ তুলসীবাৰী, দ্বাৰকুছিক চিনাক্ত কৰা হৈছে৷

অৱশ্যে অসম আৰক্ষীয়ে সৃষ্টি হ’ব পৰা যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সষ্টম হৈ থকা বুলি অতিৰিক্ত সঞ্চালকপ্রধান পল্লৱ ভট্টাচার্যই জানিবলৈ দিয়ে। লগতে তেওঁ আৰক্ষীক জিলাই জিলাই আখৰা কৰি সাজু কৰি তোলা বুলিও মন্তব্য কৰে।

Recent News

index.jpga

বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা কাজিৰঙাৰ এনিমেল কৰিড’ৰৰ আৱৰ্জনা পৰিষ্কাৰ

images

গাঁওখনৰ প্ৰায় কোনোৱে কাণেৰে নুশুনে, ইংগিতেৰে কথা কয়! চাওক ক’ত আছে এইখন গাঁও

Farhan Majid

মাত্ৰ ২০ বছৰ বয়সতে সন্ত্ৰাসজৰ্জৰিত কাশ্মীৰী যুৱকৰ কণিষ্ঠতম পাইলট হোৱাৰ যোগত্য লাভ

IMG-20210116-WA0015

ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে নগাঁৱতো আজি আৰম্ভ হ’ল কৰ’না মহামাৰীৰ টীকাকৰণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd