• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আইফাৰ বঁটাৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ শাখাত মনোনীত হৈছে অসমৰ আদিল হুছেইন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 24, 2018 10:10 am

2 min read

Adil-Hussain-678x381

'মুক্তি ভৱন' চলচ্চিত্ৰখনৰ এটি স্থিৰ চিত্ৰ। ফাইল ফটো

188
VIEWS
Share on FacebookShare on Twitter

অভিনয় দক্ষতাৰ বাবে প্ৰসিদ্ধ হৈ পৰা অসমৰ অভিনেতা আদিল হুছেইন ইণ্ডিয়ান ফিল্ম একাডেমী (আইফা) এৱাৰ্ডৰ শ্ৰেষ্ঠ অভিনেতা (পুৰুষ) শাখাৰ বাবে মনোনীত হৈছে।

ইণ্ডিয়ান ফিল্ম একাডেমী (আইফা) এৱাৰ্ড অনুষ্ঠানটো এই বছৰ জুনত বেংককত অনুষ্ঠিত হ’ব।

পৰিচালক শুভাশিস ভুটিয়ানিৰ ‘মুক্তি ভৱন’ চলচ্চিত্ৰখনত কৰা তেওঁৰ অনবদ্য অভিনয়ৰ বাবে আদিল হুছেইনক মনোনীত কৰা হৈছে।

পিতা-পুত্ৰৰ মাজত থকা সম্পৰ্কক সংবেদনশীল ৰূপত তুলি ধৰা শুভাশিস ভুটিয়ানিৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখনত আদিল হুছেইনে ৰাজীব নামৰ এজন অনিচ্ছুক পুত্ৰৰ চৰিত্ৰত অভিনয় কৰিছে যি নিজৰ পিতৃৰ শেষ ইচ্ছা অনুসৰি তেওঁক জীৱনৰ অন্তিম দিনকেইটা অতিবাহিত কৰিবলৈ পবিত্ৰ বাৰাণসী চহৰলৈ লৈ যায়।

‘মুক্তি ভৱন’ত কৰা অভিনয়ৰ বাবে তেওঁ কেইবাটাও শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছিল। তাৰ ভিতৰত আছিল ডি চি ছাউথ এছিয়ান ফিল্ম ফেষ্টিভেল (আমেৰিকা যুক্তৰাষ্ট্ৰ), ৰাজস্থান ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল, নিউজ ১৮ ৰীল ম’ভি এৱাৰ্ডছ আৰু ফিল্মছ অফ ইণ্ডিয়া অনলাইন এৱাৰ্ডছত বিশেষ উল্লেখ ইত্যাদি।

উল্লেখযোগ্য যে মুক্তি ভৱন নামৰ হিন্দী চলচ্চিত্ৰখনত কৰা অনবদ্য অভিনয়ৰ বাবে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতাজনে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম এন ডি টি ভিৰ ফালৰ পৰা প্ৰকাশিত ২০১৭ বৰ্ষৰ দহজন শ্ৰেষ্ঠ অভিনেতাৰ মাজত চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰ উপৰি মাজৰাতিৰ কেতেকী আৰু মুক্তিভৱনত নামৰ  কৰা অভিনয়ৰ বাবে অভিনেতাজনক ২০১৭ চনৰ ৰাষ্ট্ৰীয় পুৰস্কাৰত বিশেষভাৱে সন্মানিত কৰা হৈছিল।

আদিল হুছেইনৰ অৱিস্মৰণীয় অভিনয়ৰ প্ৰতিফলন ঘটিছে ‘লাইফ অফ পি’, ‘দ্য ৰিলাকটেন্ট ফাণ্ডামেন্টেলিষ্ট’, ‘আনফ্ৰিডম’ আদিত। তেওঁ নৰৱেৰ ‘হোৱাট পীপল উইল ছে’ চলচ্চিত্ৰখনতো অভিনয় কৰিছে।

Recent News

index.jpga

‘পোন্ধৰ বছৰে এয়ুইউডিএফে ধিং সমষ্টিত কৰিব নোৱাৰা কাম মই আঢ়ৈ বছৰত কৰি দেখুৱাম’; ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰ

index.jpgkkk

কা সমৰ্থিত বৰাক উপত্যকাতো অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিব ৫ সমষ্টিত

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd