• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আই বি ডি এল পিৰ অধীনৰ আঁচনিবোৰ সন্দৰ্ভত শ্বেতপত্ৰ প্ৰকাশ কৰিব মেঘালয়ৰ ৰাজ্যিক পৰিকল্পনা ব’ৰ্ডে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 24, 2018 12:48 pm
IBDLP
104
VIEWS
Share on FacebookShare on Twitter

মেঘালয় চৰকাৰৰ ৰাজ্যিক পৰিকল্পনা ব’ৰ্ডে ইনটিগ্ৰেটেড বেছিন ডেৱেল’পমেণ্ট এণ্ড লাইভলিহুড প্ৰম’শ্যন (IBDLP)ৰ অধীনত গ্ৰহণ কৰা বিভিন্ন আঁচনিবোৰ সন্দৰ্ভত শ্বেতপত্ৰ প্ৰকাশ কৰিব বুলি জানিবলৈ দিছে।

উল্লেখযোগ্য যে এই IBDLP আঁচনিখন মেঘালয়ৰ পূৰ্বৰ কংগ্ৰেছ চৰকাৰে প্ৰৱৰ্তন কৰিছিল আৰু ইয়াক তদানীন্তন মুখ্য মন্ত্ৰী মুকুল চাংমাই ইয়াক ২০১২ চনৰ ৰাজ্যৰ মুখ্য আঁচনি হিচাপে প্ৰক্ষেপ কৰিছিল। ইয়াৰ জৰিয়তে তদানীন্তন চৰকাৰে ৰাজ্যজুৰি পৰিস্থিতিতন্ত্ৰৰ দিশেদি বহনক্ষম আৰু অৰ্থনৈতিকভাৱে সমতাপূৰ্ণ পৰিস্থিতিতন্ত্ৰ এটা বিকাশৰ ব্যৱস্থা কৰিছিল।

ৰাজ্যিক পৰিকল্পনা ব’ৰ্ডৰ অধ্যক্ষ লাম্বৰ মালনিয়াঙে কয় যে ব’ৰ্ডক শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ কোৱা হৈছে আৰু ব’ৰ্ডেও IBDLP ৰ কাম কৰা আৰু সেইবোৰৰ বিপৰীতে যোৱা ৭ বছৰত অনুমোদিত ধনৰ পৰিমাণৰ সৈতে বিভিন্ন বিভাগবোৰক ১৫ মে’ৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

আনহাতে ব’ৰ্ডে অহা ৭ মে’ত IBDLPৰ বিষয়ত এখন পৰ্য্যালোচনা সভা আয়োজন কৰিব। মুখ্য মন্ত্ৰী কনৰাড চাংমা এই পৰ্য্যালোচনা সভাত উপস্থিত থকাৰ কথা।

“ভালকৈ চালিজাৰি চোৱাৰ পিছত ব’ৰ্ডে IBDLP সন্দৰ্ভত শ্বেতপত্ৰ প্ৰকাশ কৰিব আৰু এইখন চৰকাৰৰ ওচৰত দাখিল কৰিব।” মালনিয়াঙে কয়।

মালনিয়াঙে লগতে কয় যে ৰাজ্যখনৰ জনসাধাৰণক উপকৃত কৰিব নোৱৰা কিছুমান প্ৰকল্প বাদ দিয়া হ’ব।

তেওঁ আৰু কয় যে ব’ৰ্ডে ৰাজনৈতিক নিযুক্তি হ্ৰাস কৰিব। ব’ৰ্ডত অৰ্থনীতিবিদ, পৰিৱেশবিদ, শিক্ষাবিদ, কৃষি বিশাৰদ আৰু ৰাজ্য চৰকাৰৰ বিষয়ববীয়া থাকিব।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd