DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

আগৰতলাত বিজেপি কৰ্মীৰ হাতত প্ৰহৃত এছ এফ আইৰ ৰাজ্যিক সভানেত্ৰী : শান্তিৰক্ষী বাহিনীৰ দ্বাৰা পৰিস্থিতি নিয়ন্ত্ৰণ

পিনাকী দাস by পিনাকী দাস
June 5, 2018 3:03 pm
bjp activists attacking a car which carried nilanjana to medical
248
VIEWS
Share on FacebookShare on Twitter

আগৰতলাৰ যোগেন্দ্ৰনগৰ এলেকাত সোমবাৰে বিজেপি মহিলা মৰ্চাৰৰ কৰ্মীৰ হাতত এছএফআইৰ ত্ৰিপুৰাৰ ৰাজ্যিক সভানেত্ৰী তথা সৰ্বভাৰতীয় উপ সভানেত্ৰী  নীলাঞ্জনা ৰয় প্ৰহৃত হৈছে।

আক্ৰমণৰ ঘটনা সন্দৰ্ভত চিপিআই (এম)ৰ অফিচিয়েল টুইটাৰ একাউণ্টৰ যোগে পুৱা ১০:১৪ত প্ৰকাশিত এটা টুইট আৰু এটা সংবাদ বিবৃতিযোগে প্ৰকাশ কৰিছে যে আজি  কৈছে যে ত্ৰিপুৰাত বিজেপিয়ে বামপন্থীসকলৰ বিৰুদ্ধে সন্ত্ৰাস চলাই আহিছে। ইয়াত আৰু কোৱা হৈছে যে সোমবাৰে আবেলি বিজেপি কৰ্মীৰ দ্বাৰা ত্ৰিপুৰাৰ ৰাজ্যিক এছএফআইৰ সভানেত্ৰী তথা সৰ্বভাৰতীয় উপ সভানেত্ৰী নীলাঞ্জনা ৰয়ক বৰ্বোচিতভাৱে আক্ৰমণ কৰাৰ লগতে তেওঁৰ অসুস্থ মাতৃকো আক্ৰমণ কৰা হৈছে । চিপিআইয়ে (এম)  এই বৰ্বৰোচিত আক্ৰমণৰ তীব্ৰ গৰিহণা দিয়ে। গুৰুতৰভাৱে আহত নীলাঞ্জনা ৰয়ক চিকিৎসালয়লৈ নিয়াৰ পথটো বিজেপিৰ কৰ্মীয়ে আক্ৰমণ কৰে আৰু পুনৰ নীলাঞ্জনা আৰু তেওঁৰ নিকটাত্মীয় অজয় চক্ৰবৰ্তীক আহত কৰে। বিজেপি কৰমীৰ আক্ৰমণত ছাত্ৰীনেত্ৰীগৰাকীক চিকিৎসালয়লৈ নিয়া গাড়ীখনো ক্ষতিগ্ৰস্ত হয় বুলি বিবৃতিটোত প্ৰকাশ।

আনহাতে বিজেপিৰ দ্বাৰা কোৱা হৈছে যে বিজেপিৰ মহিলা মৰ্চাৰ নেত্ৰী স্বপ্না দাসে কেইগৰাকীমান দলীয় কৰ্মীসহ কেন্দ্ৰত মোদী চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে মানুহৰ ঘৰে ঘৰে যোৱাৰ এটা কাৰ্যসূচী পালন কৰিছিল। বিজেপিৰ মহিলা মৰ্চাৰ দলটোৱে অভিযোগ কৰিছে যে যেতিয়াই বিজেপিৰ মহিলা গোটটোৰ কৰ্মী আৰু সমৰ্থকৰ দলটো যোগেন্দ্ৰনগৰ এলেকাত অৱস্থিত নীলাঞ্জনা ৰয়ৰ ঘৰৰ সন্মুখত আহি উপস্থিত হৈছিল তেতিয়াই নীলাঞ্জনা আৰু তেওঁৰ ভাতৃয়ে অপ্ৰৰোচিতভাৱে গালি গালাজ কৰিবলৈ আৰম্ভ কৰে আৰু ইয়েই অৱশেষত হতাহতিৰ পৰ্যায় পায়গৈ।

বিজপিৰ মতে এছএফআই নেত্ৰীগৰাকী আৰু তেওঁৰ ভাতৃৰ আক্ৰমণত বিজেপি মহিলা মৰ্চাৰ নেত্ৰীগৰাকীয়ে গুৰুতৰ আঘাত পায় আৰু তেওঁক জিবি পন্ত হস্পিটেলত ভৰ্তি কৰোৱা হয়।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।

ঘটনাটোৰ পাছত চিপিএমৰ ৰাজ্যিক কমিটী আৰু দলটোৰ অন্য গোটসমূহে এই আক্ৰমণ কাণ্ডৰ তীব্ৰ গৰিহণা দিয়ে আৰু আভিযোগ তোলে যে এয়া বিজেপি আৰু দলটোৰ সমৰ্থকসকলৰ কাৰ্য। চিপিআই (এম) এ অতি শীঘ্ৰে দোষীক কৰায়ত্ত কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনায়।

Recent News

Assam Career অভয়াপুৰী মহাবিদ্যালয়ত

Assam Career : অভয়াপুৰী মহাবিদ্যালয়ত কনিষ্ঠ সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

Sivasagar

শিৱসাগৰৰ স্বাস্থ্যকৰ্মীৰ আত্মহত্যা কাণ্ড: চুইচাইড নোটৰ আধাৰত গ্ৰেপ্তাৰ হ’ল দম্পতী

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd