• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘আছু কি?’, প্ৰশ্ন আৰ এচ এচ-ৰ মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ নেতাৰ; নাগৰিকত্ব বিধেয়কলৈ সমৰ্থন

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 31, 2018 3:25 pm
30-05-18 Guwahati- Muslim Rashtriya Manch
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘আছু কি, আছুৱে অসমক প্ৰতিনিধিত্ব কৰিব নেকি? অসমত ভাৰতীয় জনতা পাৰ্টিৰ যি চৰকাৰ আছে, সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত যি চৰকাৰ আছে সি অসমক প্ৰতিনিধিত্ব কৰিব’। বিজেপি চৰকাৰে উত্থাপন কৰা নাগৰিকত্ব সংশোধন বিধেয়কৰ সমৰ্থনত আজি ৩০ মে’ত গুৱাহাটীত এই মন্তব্য কৰিছে আৰ এচ এচ ( RSS )ৰ মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ ৰাষ্ট্ৰীয় মিডিয়া দায়িত্বধাৰী য়াচিৰ জিলানি নামৰ এজন নেতাই।

চৰকাৰক সমালোচনা কৰি অহা দল-সংগঠনসমূহক ‘উগ্ৰবাদী শক্তি (fringe element)’ বুলি অভিহিত কৰি জালানিয়ে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন চৰকাৰক ‘প্ৰশ্ন নকৰি’ ‘আগবঢ়াই নিবলৈ’ সাংবাদিকক ‘আহ্বান’ জনায়।

Apply Now

সোণোৱাল চৰকাৰৰ নাম ইতিহাসৰ পাতত ‘সোণৰ আখৰেৰে লিখা থাকিব’ বুলি মন্তব্য কৰি তেওঁ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মজবুত নেতৃত্বত’ কেন্দ্ৰত বিজেপিৰ চৰকাৰ চলি থকা বুলি দাবী কৰে।

নাগৰিকত্ব বিধেয়ক আৰু এন আৰ চি সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন সোধাত তেওঁ ওলোটাই সাংবাদিকক ‘আপোনালোকক যি এই প্ৰশ্নবোৰ সুধিবলৈ কৈছে তেওঁলোকৰ হৈ মোক প্ৰশ্ন নুসুধিব’ বুলি মন্তব্য কৰে।

‘অসমত শান্তিৰ পৰিৱেশ বিৰাজমান হৈ থকা’ বুলি দাবী কৰি জালানিয়ে ‘চৰকাৰক আপুনি কিয় প্ৰত্যাহ্বান জনাইছে’ বুলি ‘আম আদমি পাৰ্টিৰ নেতা অখিল গগৈক কিয় আপোনালোকে প্ৰশ্ন নকৰে?’ বুলি সাংবাদিকক ওলোটাই প্ৰশ্ন কৰে।

নাগৰিকত্ব বিধেয়কে অসম চুক্তি উলংঘা নকৰে বুলিহে মন্তব্য কৰে। আনহাতে বিজেপি দল আৰু চৰকাৰৰ মন্তব্যকে দোহাৰি আৰ এচ এচৰ সংগঠনটোৰ নেতাজনে কয় যে এন আৰ চি আৰু নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত তেওঁলোকে ৩০ জুনৰ পিছতহে মুখ খুলিব।

বিজেপিৰ নেতৃত্বত কেন্দ্ৰ আৰু ৰাজ্যত ‘মজবুত চৰকাৰ’ চলি আছে বুলি দাবী কৰি মুছলিম মঞ্চৰ নেতাজনে কয় যে সৰ্বানন্দ সোণোৱালৰ সুন্দৰ নেতৃত্বত সুন্দৰভাৱে অসম চৰকাৰ চলি আছে।

গুৱাহাটীৰ আৱৰ্ত ভৱনত আয়োজিত সংবাদমেলখনত অসমৰ ৰাইজক ‘সজাগ’ কৰিবলৈ অহা  নেতাজনে শেহতীয়াকৈ হাইলাকান্দি আৰু শিলচৰৰ ভ্ৰমণ কৰি অহা বুলি সদৰী কৰি ইয়াৰ পিছত হোজাই ভ্ৰমণ কৰিব বুলি অৱগত কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd