• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজিলৈ ভাৰত-বাংলা সীমান্ত ছীল নোহোৱাটো অসমবাসীৰ বাবে দুৰ্ভাগ্য : খিলঞ্জীয়া সুৰক্ষা বাহিনী

এন ই নাও নিউজ by এন ই নাও নিউজ
July 26, 2018 10:17 am
NRC
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘৩০ জুলাইত প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা। এই ঐতিহাসিক দিনটোলৈ অসমবাসীয়ে অধীৰ আগ্ৰহেৰে বাট চাই আছে। কিয়নো ১৯৭৯ চনতে আৰম্ভ হোৱা ঐতিহাসিক সংগ্ৰামৰ এটা ফলপ্ৰসূ সিদ্ধান্তত উপনীত হোৱাৰ দিন’। এক বিবৃতিৰ জৰিয়তে খিলঞ্জীয়া সুৰক্ষা বাহিনী, অসমৰ মুখ্য আহ্বায়ক গোবিন্দ বায়ন, আহ্বায়কদ্বয় অনিল কুমাৰ দাস আৰু প্ৰাণজিৎ তালুকদাৰে এইদৰে কয়।

সংগঠনটোৱে লগতে কয় যে আজি পৰ্যন্ত ভাৰত-বাংলা সীমান্ত ছীল নকৰাটো কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অক্ষমণীয় অপৰাধ। এই সমস্যাটোৰ স্থায়ী সমাধান কৰাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে সদায় হোঁহকা পিছলা কৰি আছে। ইয়াৰ পৰিৱৰ্তে সংবিধান উলংঘা কৰি ধৰ্মৰ ভিত্তিত বিদেশী নাগৰিকক আদৰাৰ হে প্ৰস্তুতি চলাই আছে বৰ্তমানৰ চৰকাৰে।

Apply Now

‘উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ হস্তক্ষেপত চলি থকা নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াতো এচাম জাতিদ্ৰোহীয়ে পৰিৱেশ পৰিস্থিতি বিঘ্নিত কৰি ৰাজ্যখনক অশান্ত কৰাৰ অহৰহ প্ৰচেষ্টা চলাই আছে। এই সকলো অশুভ শক্তিক বিচাৰি উলিয়াই শাস্তি দিয়াৰ ক্ষেত্ৰত কিন্তু চৰকাৰ নিশ্চুপ’। এইদৰেও উল্লেখ কৰে বিবৃতিটোত।

২০১০ চনৰ পাইলট প্ৰজেক্টৰ পৰা খিলঞ্জীয়া সুৰক্ষা বাহিনী, অসমে নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম পৰ্যবেক্ষণ কৰি আহিছে। এখন শুব্ধ বিদেশী নামমুক্ত আৰু প্ৰতিজন খিলঞ্জীয়া অসমীয়াৰ নামভুক্ত তথা এজনো ভাৰতীয়ৰ নাম কৰ্তন নোহোৱাকৈ ৩০ জুলাইত নাগৰিকপঞ্জীখন প্ৰকাশৰ প্ৰাকমুহূৰ্তত খিলঞ্জীয়া সুৰক্ষা বাহিনী, অসমৰ মুখ্য আহ্বায়ক গোবিন্দ গায়নে নিষ্ঠা আৰু সততাৰে কাম কৰা এন আৰ চিৰ কৰ্মচাৰীসকলক ধন্যবাদ জ্ঞাপন কৰে।

আনহাতে এন আৰ চিৰ গইনা লৈ কোনো জাতিদ্ৰোহী দুষ্কৃতিকাৰীয়ে যাতে অসমত অশান্তিৰ সূত্ৰপাত ঘটাব নোৱাৰে তাৰ বাবে চৰকাৰ-প্ৰশাসন তথা সকলো জনসাধাৰণকে সজাগ দৃষ্টি ৰাখিবলৈ আহ্বান জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd