• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 9, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ক্ৰীড়া

আজি আই লীগ ফুটবল প্ৰতিযোগিতাত শ্বিলং লাজঙৰ সন্মুখত আইজল এফ চি

NE NOW NEWS এন ই নাও নিউজ
শ্বিলং , February 19, 2018 4:39 pm

2 min read

File photo
70
VIEWS
Share on FacebookShare on Twitter

আজি আই লীগ ফুটবল প্ৰতিযোগিতাৰ এখন হাইভল্টেজ মেচত সমুখ সমৰত নামিব উত্তৰ-পূবৰ দুই শক্তিশালী দল শ্বিলং লাজং এফ চি আৰু যোৱাবাৰৰ চেম্পিয়ন দল আইজল এফ চি। আজিৰ গুৰুত্বপূৰ্ণ মেচখন অনুষ্ঠিত হ’ব শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত।

উল্লেখ্য যে শ্বিলং লাজং আৰু আইজল এফ চিয়ে ১৮ পইণ্টৰে প্ৰতিযোগিতাখনৰ পইণ্ট তালিকাত ক্ৰমে পাঁচ নম্বৰ আৰু ছয় নম্বৰ স্থানত আছে। আজিৰ মেচখনত কোন দলে বিজয়ৰ শেষ হাঁহি মাৰি তিনি পইণ্ট দখল কৰে সেয়া লক্ষ্যণীয় হ’ব।

মন কৰিবলগীয়া যে আইজল এফ চিয়ে যোৱা মেচত ইণ্ডিয়ান এৰোজৰ সৈতে খেলা মেচখন ড্ৰ ৰূপে সমাপ্ত হৈছিল।

‘আমি শ্বিলং লাজঙক সহজভাবে নলও কিয়নো তেওঁলোক যথেষ্ট ভাল দল’, মেচৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত এনেদৰে প্ৰকাশ কৰে আইজলৰ নৱ নিযুক্ত প্ৰশিক্ষক সন্তোষ কুমাৰে।

তেওঁ লগতে কয়, ‘আমাৰ দলে মেচখনত পিছ হুহুকি নাথাকে আৰু দলে মেচখনৰ পৰা তিনিপইণ্ট সংগ্ৰহৰ বাবে যথেষ্ট কষ্ট কৰিব’।

আনহাতে সংবাদকৰ্মীয়ে জলবায়ু সম্পৰ্কত কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘আইজলৰ জলবায়ুৰ সৈতে শ্বিলঙৰ জলবায়ু, পৰিৱেশ আৰু খেলা পদ্ধতিও প্ৰায় একে। সেয়ে মেচখনত আমি ক’ৰবাত পিছ পৰি ৰম বুলি মই নাভাবো’।

ইফালে ঘৰুৱা দল শ্বিলং লাজঙৰ বাবেও আজিৰ মেচখন অতিশয় গুৰুত্বপূৰ্ণ। দলটোৱে আইজল এফ চিক পৰাজিত কৰি সম্পূৰ্ণ তিনিপইণ্ট অৰ্জন কৰিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে দলটোৰ কৰ্তৃপক্ষই।

উল্লেখ্য যে প্ৰতিযোগিতাখনত ইয়াৰ পূৰ্বে খেলা মেচত শ্বিলং লাজঙে আইজল এফ চিৰ ঘৰৰ মাটিত ১-০ গ’লৰ ব্যৱধানত পৰাজিত কৰিছিল। সেয়ে আজিৰ মেচখন অতি ৰোমাঞ্চকৰ হ’ব বুলি ফুটবল প্ৰেমীয়ে ধাৰণা কৰিছে।

Recent News

IMG-20210308-WA0132

বিপিএফৰ ৪জন প্ৰাৰ্থীৰ নাম ঘোষণা; দলত যোগদান কৰিয়েই প্ৰাৰ্থিত্ব পালে দুৰ্গাদাস বড়োৱে

DwjFNkjVAAIIlm3-750x375

অৱশেষত জল্পনা-কল্পনাৰ অৱসান : প্রাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

index.jpgb

১৫ বছৰীয়া কিশোৰীক ড্ৰাগছ সেৱন কৰোৱাই ৮ দিন ধৰি গণধৰ্ষণ কৰিলে দুই নাবালকসহ ৯ জন লোকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd