DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজি দিল্লীৰ নৰ্থ ব্লকত কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলফাৰ শান্তি আলোচনা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 21, 2018 12:30 pm
regulf
65
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰৰ সৈতে চূড়ান্ত পৰ্যায়ত থকা শান্তি আলোচনা আগবঢ়াই নিয়াৰ স্বাৰ্থতে আজি নতুন দিল্লীৰ নৰ্থ ব্লকত এক উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হ’ব আলোচনাপন্থীৰ আলফাৰ এটি দলে।

সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা তথ্য অনুসৰি এই আলোচনাত মিলিত হোৱাৰ বাবে ইতিমধ্যে দিল্লীত উপস্থিত হৈছে আলোচনাপন্থী আলফাৰ এটি ৮ জনীয়া দল।

নৰ্থ ব্লকত অনুষ্ঠিত হ’বলগীয়া এই আলোচনাত ভাগ ল’ব অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়াসহ আন শীৰ্ষ আলোচনাপন্থী আলফা নেতৃত্বই। আনহাতে এই আলোচনা পক্ৰিয়াত মধ্যস্থতাকাৰী এবি মাথুৰ আৰু গৃহ মন্ত্ৰণালয়ৰ উত্তৰ-পূবৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গ উপস্থিত থাকিব।

কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এনডিএ চৰকাৰে ক্ষমতা দখল কৰাৰ পাছৰ পৰাই উত্তৰ- পূবৰ বিভিন্ন বিদ্ৰোহী সংগঠনৰ সৈতে শান্তি আলোচনা পক্ৰিয়া চূড়ান্ত কৰিব বিচাৰিছে। আনকি ইয়াৰ বাবে কেইবাদশক পুৰণি নাগা সমস্যা সমাধানৰ বাবে নাগা বিদ্ৰোহী সংগঠনৰ সৈতে কেন্দ্ৰই ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট স্বাক্ষৰ কৰিছে। সেয়েহে আলফাৰ সাতেও আজিৰ এই বৈঠকতে চুক্তি স্বাক্ষৰৰ তাৰিখ চূড়ান্ত কৰাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে একাংশ সূত্ৰই।

আনহাতে আলোচনা কালত আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক মূলসুতিলৈ ওভতাই অনাৰ প্ৰসংগ উত্থাপন হোৱাৰ সম্ভাৱনা আছে। আলোচনা কালতে আলফাই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰোধিতা কৰাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে একাংশ সূত্ৰই।

Recent News

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

ISI mark helmet

সাৱধান! পৰিধান কৰক আইএছআই মাৰ্কযুক্ত হেলমেট: নহ’লে সাজু হওক জৰিমনাৰ বাবে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd